ৰূপহীহাটৰ শিঙিমাৰীত প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ সজাগতা সভা
নিয়মীয়া বাৰ্তা, ২৪ মেঃ ৰূপহীহাটৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ আঁচনিৰ এক সজাগতা সভা অনুষ্ঠিত হয়।উক্ত সভাত চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনি সম্পৰ্কে কৃষকৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্য সভাখন অনুষ্ঠিত হয়। যিসকলে কৃষকে এতিয়াও পিএম কিষাণ আঁচনিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে আবেদন কৰিবলৈ আহ্বান জনায়। শতাধিক কৃষকৰ…
Read More...