আকৌ এবাৰ মোদী চৰকাৰ
দেশৰ ৰাজনীতিত কেইবাটাও নতুন অভিলেখ স্থাপনেৰে ৰাজধানী দিল্লীৰ ৰাজপাটত তৃতীয়বাৰৰ বাবে অধিষ্ঠিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ সাতটা পর্যায়ত সমাপন হোৱা অষ্টাদশ লোকসভা নির্বাচনত একজিট প’লত বিজেপি নেতৃত্বাধীন এনডিএৰ সহজ জয় স্পষ্ট হৈছে৷ শনিবাৰে অন্তিম পর্যায়ৰ ভোটদান শেষ হোৱাৰ লগে লগে দেশৰ সংবাদ সংস্থা আৰু নির্বাচনী সমীক্ষা প্রতিষ্ঠানে প্রকাশ কৰা অনুসৰি…
Read More...