নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে আজি দায়িত্ব গ্ৰহণ কৰে ADGP হৰমিত সিঙে

নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে আজি দায়িত্ব গ্ৰহণ কৰে ADGP হৰমিত সিঙে। মুন্না প্ৰসাদ গুপ্তাৰ পৰা দায়িত্বভাৰ চমজি লয় নৱনিযুক্ত আৰক্ষী আয়ুক্তই।

সৰ্বসাধাৰণ আৰু সংবাদ মাধ্যমৰে সম্পৰ্ক ৰক্ষা কৰি দায়িত্ব পালন কৰি যাব বুলি আশা প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সপোনৰ এখন অপৰাধমুক্ত গুৱাহাটী গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি যোৱাৰ আশ্বাস আৰক্ষী আয়ুক্তগৰাকীৰ।

You might also like