নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ বিউটী পাৰ্লাৰ-ত উদ্ধাৰ ছিপাঝাৰৰ যুৱকৰ মৃতদেহ

গুৱাহাটী মহানগৰীৰ এখন বিউটী পাৰ্লাৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো ছিপাঝাৰৰ শশাংক বণিয়াৰ বুলি চিনাক্ত কৰা হৈছে।

  • গুৱাহাটীৰ বিউটী পাৰ্লাৰ-ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
  • গুৱাহাটী মহানগৰীৰ এখন বিউটী পাৰ্লাৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে।
  • উদ্ধাৰ হোৱা মৃতদেহটো ছিপাঝাৰৰ শশাংক বণিয়াৰ বুলি চিনাক্ত কৰা হৈছে।
  • খ্ৰীষ্টানবস্তিৰ হেড জ’ন হেয়াৰ এণ্ড বিউটি চেলুনৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো।
  • যুৱকজনক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
  • ইফালে ঘটনাস্থলীত উপস্থিত হৈছে দিছপুৰ আৰক্ষী।

নিয়মীয়া বাৰ্তা ডেস্ক, ১০ অক্টোবৰ

You might also like