নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শেষ যুদ্ধখন

আধুনিক বিশ্বত ক’ৰোনা অতিমাৰীয়ে সৃষ্টি কৰা সংকটক মানৱ সভ্যতাই যুগ যুগান্তৰলৈ মনত ৰাখিব৷ ভাইৰাছিবধে চীনৰ এটা ক্ষুদ্র অংশৰ পৰা গৈ সমগ্র িবশ্বখনক এইদৰে ছানি ধৰ্বি তথা অচলপ্রায় কৰি তুল্বি, কথাটো কল্পনাৰো অতীত আছিল৷ তাতোকৈ ডাঙৰ কথাটো হ’ল অতিকৈ সংক্রমণপ্রৱণ তথা ঘাতক ভাইৰাছটোক প্রতিহত কৰ্বিলৈ চিকিৎসা িবজ্ঞানৰ ওচৰত কোনো ডত্তৰ নাছিল৷ নাছিল কোনো দৰ্ব নতুবা প্রতিষেধক৷ যাৰ ােব অর্থনীতি, সমাজনীতি সকলো একাষৰীয়াকৈ থৈ মানুহক মানুহৰ পৰা িবচ্ছিন্ন হৈ থাক্বিলৈ পৰামর্শ দ্বিলগীয়া হৈছিল৷ সামাজিক দূৰত্বক অতিমাৰীটোৰ পৰা সুৰক্ষিত হৈ থকা া ৰখাৰ প্রধান ডপায় হিচাপে সকলোৱে মানি ল’লগীয়া হৈছিল৷ ইয়ে সামাজিক জীৱ মানুহক কিমান আৰু কিদৰে প্রভাৱান্বিত কৰিলে, সেই হিচাপ সময়ত ওলাব৷ লগতে ওলাব অর্থনৈতিকভাৱে পৃথিৱীখন কিমান ক্ষতিগ্রস্ত হ’ল, সেই ক্ষতিপূৰণৰ ােব পৃথিৱীখনক কিমান দিন লাগ্বি নাইবা যথার্থতে ক্ষতিপূৰণ হ’ নে নাই৷ কিন্তু ভাইৰাছটোৱে মানুহক পৰাজিত কৰ্বি নোৱাৰে৷ সাময়িক িবপর্যয়ৰ াধা নেওচি সভ্যতাই পুনৰ নিজৰ পথ ডলিয়াই ল’লে৷ ডত্তৰহীন ভাইৰাছটোক পৰাজিত কৰাৰ ােব দেশে দেশে আৰম্ভ হ’ল ছিটা প্রদান অভিযান৷ অভিযানটোৰ পৰা আঁতৰি নাথাকিল ভাৰত্বর্ষও৷ এশ ত্রিশ কোটি জনসংখ্যাৰে পৰিপূর্ণ িবশাল দেশখনত ইতিমধ্যে আৰম্ভ হৈছে গণ টিকাকৰণ৷ ১৬ জানুৱাৰীত দেশজুৰি প্রথম পর্যায়ৰ গণ টিকাকৰণ আৰম্ভ হয়৷ পর্যায়টোত প্রায় তিনি কোটি লোকক সামৰি লোৱা হৈছে৷ দুটা ড’জৰ জৰিয়তে ক’ভিড–১৯ৰ িবৰুদ্ধে ভাৰত্বর্ষই চূডান্ত যুদ্ধখন চলাব৷ এই টিকাকৰণ সম্পূর্ণ িবনামূলীয়া৷ অর্থাৎ ছিটা গ্রহণ কৰা লোকে ইয়াৰ ােব কোনো মাচুল া ধন ভৰ্বি নালাগে৷ জনসাধাৰণৰ হৈ চৰকাৰে ধন খৰচ কৰ্বি৷ পৰৱর্তী সময়ত আৰু ত্রিশ কোটি লোকক িবনামূলীয়া টিকা দিয়া হ’৷ সন্দেহ নাই, কল্যাণকামী ৰাষ্ট্র ভাৰত্বর্ষৰ এয়া অন্যতম হৎ জনকল্যাণমূলক আঁচনি৷ আশা কৰা হৈছে, ভেকচিন দুিবধে (ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন) সাংঘাতিক পার্শ্বক্রিয়া িবহনে ভাইৰাছিবধৰ িবৰুদ্ধে সফলতাৰে যুঁজ কৰ্বিলৈ সক্ষম হ’ আৰু দেশ্বাসীৰ দীর্ঘকালৰ প্রতীক্ষাক কাংক্ষিত ধৰণে প্রতিনিধিত্ব কৰ্বি পাৰ্বি৷ দেশখনৰ লগতে অসমতো একে সময়তে ক’ভিড–১৯ৰ নির্ণায়ক যুদ্ধখন আৰম্ভ হৈছে৷ ৰাজ্যখনৰ ৩৩খন জিলাত থকা সাতখন চিকিৎসা মহািবদ্যালয় হাস্পতাল, েবচৰকাৰী হাস্পতালসহ ৬৫ স্থানত ১৬ জানুৱাৰীত ভেকচিন প্রদান কার্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ ক’ভিড–১৯ৰ িবৰুদ্ধে অসমে আৰম্ভণিৰ পৰাই দক্ষতাৰে যুঁজ দি আহিছে৷ ৰাজ্যখন ক’ৰোনাত আক্রান্ত হৈ আৰোগ্য হোৱা লোকৰ সংখ্যা, মৃত্যুৰ হাৰ আদিৰ ক্ষেত্রত দেশখনৰ ভিতৰতে আগশাৰীৰ হিচাপে প্রতিপন্ন হৈছে৷ ইয়াৰ পৰা এটা আশা কৰ্বি পাৰি যে ভেকচিন প্রদানৰ ক্ষেত্রতো অসমে দেশখনত খ্যাতি অর্জন কৰি ৰাজ্য্বাসীক ভাইৰাছটোৰ পৰা সুৰক্ষিত কৰি ৰাখ্বি পাৰ্বি৷
সমগ্র িবশ্ব যেতিয়া ক’ভিড–১৯ৰ ওচৰত অসহায় হৈ পৰিছিল, সেই সময়ত এচাম ক্তি সাৰে আছিল৷ তেওঁলোক সাৰে আছিল ােবই আজি মানৱ সভ্যতাই অতিমাৰী ভাইৰাছটোৰ িবৰুদ্ধে এখন নির্ণায়ক যুদ্ধ ঘোষণা কৰ্বিলৈ সমর্থ হৈছে৷ মানুহৰ মাজলৈ আহিছে ভেকচিন৷ ক’ৰ্বাত ক’ৰ্বাত ভেকচিনৰ পার্শ্বক্রিয়াৰ কথাও ওলাইছে৷ িবশেষকৈ নৰৱে’ত ফাইজাৰৰ ভেকচিনে কুৰিৰো অধিক লোকৰ প্রাণ হৰিছে লি সংবাদ মাধ্যমত খ্বৰ ওলাইছে৷ এইটো বেদনাদায়ক তথা তেনেই অপ্রত্যাশিত কথা৷ ভেকচিন গ্রহণ কৰি যদি সঁচাকৈ কোনো লোকৰ জীৱন হানি হৈছে, তেন্তে সেইটো কোনোপধ্যে গ্রহণযোগ্য নহয়৷ ইয়াৰ িবৰুদ্ধে সংশ্লিষ্ট কর্তৃপক্ষই যথোপযুক্ত ৱস্থা লোৱা যুগুত৷ মানৱ জীৱনক গিনিপিগ সজাই সেইদৰে টিকাকৰণৰ ৱস্থা লোৱাটো চৰম অন্যায় তথা সভ্যতাৰ সৈতে শত্রুতা কৰা৷ কিন্তু এইটোও ঠিক যে কোনো কোনো স্বার্থজডিত মহলে ভেকচিনৰ িবৰুদ্ধে ডদ্দেশ্যপ্রণোদিতভাৱ্ অপপ্রচাৰ চলাই আহিছে৷ এইসকলৰ পৰা সমাজ তথা চৰকাৰ সতর্ক হৈ থকাটো ভাল৷ অসমৰ দৰে ৰাজ্যত টিকাকৰণৰ গণ কার্যসূচীক লৈ পূবতেও দুষ্টচক্রই অপপ্রচাৰ চলাই সমগ্র কার্যসূচীটোকেই সংকটত পেলোৱাৰ নজিৰ আছে৷ এইেবলি তেনে চক্রান্ত ৰচোঁতাৰ িবৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল’ লাগ্বি৷ ক’ৰোনাই মানুহক কল্পনা কৰ্বি নোৱৰা অৱস্থালৈ ঠেলি দিছিল৷ তাৰ পৰা ডভতি অহাৰ পথ কিমান ধৈর্য আৰু সংযমৰ আছিল, সেই কথা জাই ভালদৰে জি পায়৷ তদুপৰি, ভেকচিন ওলালেও া গণ টিকাকৰণ আৰম্ভ হ’লেও পৃথিৱীখন ভাইৰাছটোৰ সংক্রমণৰ পৰা অদ্যাপি সম্পূর্ণ ৰূপে মুক্ত হৈে ডঠা নাই৷ আমাৰ সমাজখনে (সকলোৱে নহয়) প্রয়োজনতকৈ হু আগেয়ে ভাইৰাছটোৰ পৰা সুৰক্ষিত হৈ থাক্বিলৈ আৱশ্যকীয় সতর্কতামূলক ৱস্থাৰ পৰা প্রায় আঁতৰি আহিছে৷ ঠিক এই সময়খিনিতে ক’ভিড–১৯ৰ নতুন প্রকাৰ এটাই ইংলেণ্ডৰ দৰে দেশক পুনৰ কাবু কৰিছে৷ গতিকে, সংকটৰ পৰা মুক্ত লি ভািব্ব পৰা পৰিৱেশটোৰ আজিও অসম া ভাৰত্বর্ষ অনেক দূৰৈত৷ হু কথা স্পর্শকাতৰ হৈ আছে৷ এনে অৱস্থাত দুষ্ট চক্রক সক্রিয় হ’লৈ এৰি দিলে হিতে িবপৰীত হোৱাৰ সম্ভাৱনা অধিক৷ তদুপৰি সন্মুখত অসম িবধানসভাৰ র্ন্বিাচন৷ ভেকচিন প্রদান অভিযানটোৰ পৰা ৰাজনৈতিক মুনাফা আদায়ৰ ােব িবপৰীত প্রচাৰো চল্বি পাৰে৷ এইেবাৰৰ পৰা সকলো সাৱধান, সতর্ক হৈ থাক্বি লাগ্বি৷ এই মুহূর্তত িবশ্ব্বাসীৰ ােব সকাহৰ কথা যে ডত্তৰিবহীন ভাইৰাছটোক ডত্তৰ দ্বি পৰাকৈ দেশে দেশে ভেকচিন প্রস্তুত হৈছে৷ এই ভেকচিনে ক’ভিড–১৯ৰ িবৰুদ্ধে চলি থকা যুদ্ধখনৰ পৰিসমাপ্তি ঘটাওক৷ এয়াই িবশ্ব্বাসীৰ কামনা৷

You might also like