নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক বুঢ়া আঙুলি দেখুৱাই কবিতা গালে বিগ বি অমিতাভ বচ্চনে, চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতত ত্ৰাস সৃষ্টি কৰাৰ সময়তে বৃহস্পতিবাৰে ক’ৰোনাক বুঢ়া আঙুলি দেখুৱাই এটা কবিতা পাঠ কৰিছে বলীউডৰ অভিনেতা অমিতাভ বচ্চনে ।

অভিনেতাগৰাকীয়ে ঘৰুৱা ভাষাত এই মাৰাত্মক ভাইৰাছবিধৰ পৰা কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত জনসাধাৰণে খুব সুন্দৰকৈ বুজি পোৱাকে এটা কবিতা আবৃত্তি কৰি টুইট কৰে ।

কবিতাৰ যোগেদি ক’ৰোনাৰ সম্পৰ্কে বাৰ্তা দিয়া অভিনেতাগৰাকীৰ এই ভিডিঅ’টো আপুনিও চাওক-

You might also like