নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন সংগমৰ সময়ত মস্তিষ্কৰ সিৰা ছিঙি মৃত্যু দুৰ্ভগীয়া যুৱকৰ

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে শৰীৰক স্বাস্থ্যৱান কৰি ৰখাৰ বাবে যৌন সম্পৰ্কৰ বিকল্প নাই। যৌন সম্ভোগৰ সময়ত ওলোৱা ঘাম, জিম যোৱা আৰু শৰীৰত দহন কৰা কেলৰিৰ পৰিমাণৰ কোনো পাৰ্থক্য নাই! লগতে, ই সন্তুষ্টিৰ তীব্ৰতা আনে। ই শাৰীৰিকভাৱে সুখী কৰায়ে নহয় এজন ব্যক্তিৰ মানসিক শান্তিও বৃদ্ধি কৰে, যাৰ বাবে জীৱনত ক্লান্ত হোৱাৰ কোনো ভয় নাথাকে।

লগতে পঢ়কঃ পুনৰ ৰক্তাক্ত কাশ্মীৰ! কুলগামত উগ্ৰপন্থীৰ আক্ৰমণত ছহিদ এজন, আহত ৩

কিন্তু দক্ষিণ-পূব আফ্ৰিকাৰ মোলাউইৰ ফলাম্বিত যি ঘটনা ঘটিছে, সেই ঘটনাটোৱে নিশ্চিতভাৱে দুটা অঞ্চলক অস্বস্তিকৰ কৰি তুলিছে। তাৰে এটা হৈছে এজন যুৱকৰ পৰিয়াল, আনটো এটা বেশ্যালয়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, এগৰাকী মহিলাৰ সৈতে যৌন সম্ভোগৰ সময়তে বীর্যস্খলনৰ মাজতেই মৃত্যুৰ কোলাত ঢলি পৰে এজন যুৱক!

লগতে পঢ়কঃ BTRৰ প্ৰতিটো সমষ্টিতে হ’ব একোখনকৈ কলেজঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

জানিব পৰা মতে, যুৱকজনৰ নাম চাৰ্লছ মাজাৱা। তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল ৩৫ বছৰ। বাতৰি অনুসৰি, তেওঁ দেশখনৰ এখন বেশ্যালয়ৰ পৰা এগৰাকী মহিলাক বাছনি কৰিছিল আৰু তাইক এখন হোটেললৈ লৈ আনিছিল।

আৰক্ষীক বেশ্যাগৰাকীয়ে জনোৱা মতে সেই নিশা হোটেলত সংগমৰ পাছতেই বীর্যস্খলনৰ লগে লগে যুৱকজন নিস্তেজ হৈ পৰে।

চিকিসৎকে জনোৱা মতে, উদ্দাম ৰতিক্রীড়াৰ ফলত হৃদস্পন্দনৰ হাৰ দ্রুত হৈ উঠিছিল যুৱকজনৰ। সমান্তৰালকৈ ৰক্তনলীও ফুলি উঠি ধাক্কা দিছিল মস্তিষ্কত। পৰিণামত মস্তিষ্কৰ সিৰা ছিঙি মৃত্যু ঘটিছিল এই যুৱকজনৰ।

You might also like