নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰবৰাহকাৰীৰ কবলৰ পৰা ৭৬টি শিশুক উদ্ধাৰ কৰি ভাইৰেল এইগৰাকী লেডী কনিষ্টবল

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ এই মুহূর্তত দেশত ছ’চিয়েল মিডিয়াত সকলোতকৈ বেছি চৰ্চিত আৰু ভাইৰেল চৰিত্র। আক্ষৰিক অর্থত প্ৰশংসনীয় কাম কৰি দেখুৱালে দিল্লী আৰক্ষীৰ এইগৰাকী লেডী হেড কনিষ্টবলে। শিশু সৰবৰাহকাৰীৰ কবলৰ পৰা নিখোঁজ হৈ থকা ৭৬ টি শিশুক উদ্ধাৰ কৰিছে এইগৰাকী সাহসী লেডী হেড কনিষ্টবলে। যাৰ পাছতেই নিশাৰ ভিতৰতে ভাইৰেল হৈ পৰিছে তেওঁ।

লগতে পঢ়কঃ SI পৰীক্ষাৰ নীতি-নিৰ্দেশনা জাৰি; পৰীক্ষা দিবলৈ যোৱাৰ পূৰ্বে চাওক সবিশেষ-

২০১৪ চনত হেড কনিষ্টবল হৈছিল তেওঁ। আৰু তেতিয়াৰ পৰা বৰ্তমান পর্যন্ত ৭৬টি শিশুক পৰিয়ালৰ হাতত উভতাই দিছে তেওঁ ।

You might also like