নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ দিন ধৰি দৈনিক আক্ৰান্ত হৈছে ১.৫লাখ

ক’ভিড পৰিস্থিতি একেই আছে সমগ্ৰ দেশত। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্তৰ সংখ্যা ২ লাখ অতিক্ৰম কৰিছে। দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে পুৱা প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমণ হৈছে ১,৯৪,৭২০ জন লোকৰ আৰু মৃত্যু হৈছে ৪৪২জনৰ। উল্লেখনীয় যে, যোৱা ৪ দিন ধৰি দৈনিক ১.৫লাখকৈ লোক আক্ৰান্ত হৈছে ক’ভিডত। আনহাতে, অমিক্ৰন আক্ৰান্তৰ সংখ্যা হৈছে ৪,৮৬৮।

You might also like