নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহুৱা আসনত চতুৰ্থ স্থানত লালুপুত্ৰ তেজপ্ৰতাপ যাদৱ

মহুৱা আসনৰ পৰা জনশক্তি জনতা দলৰ নেতা তেজ প্ৰতাপ যাদৱ বহুদূৰলৈ পিছলিছে।

এই আসনত তেজপ্ৰতাপ চতুৰ্থ স্থানলৈ নামিছে।

এই আসনত লোক জনশক্তি পাৰ্টি (ৰামবিলাস)ৰ নেতা সঞ্জয় কুমাৰ সিং ২,২৯৪ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।

উল্লেখ্য যে তেজপ্ৰতাপ লালুপ্ৰসাদ যাদৱৰ পুত্ৰ।

ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ

You might also like