NDAৰ অশ্বমেধ অব্যাহত… ১৮২ আসনত অগ্ৰগতি
বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত তীব্ৰ আগ্ৰগতি লাভ কৰিছে এনডিএই।
প্ৰায় ১৮১ আসনত আগবাঢ়ি আছে শাসনাধীন এনডিএই।
সম্প্ৰতি এন ডি এ আগবাঢ়ি থকাৰ অগ্ৰগতিৰে নিশ্চিত অভূতপূৰ্ব ফলাফলৰ দিশে আগবাঢ়িছে এনডিএ।
বিপৰীতে শলঠেকত পৰিছে মহাগোটবন্ধনে। মাত্ৰ ৫৯খন আসনত আগবাঢ়ি আছে।
ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ