নিয়োগ বাৰ্তা : গুৱাহাটী বিশ্ববিদ্যালয়ত ৫৮টা অধ্যাপকৰ পদ খালী
🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ
গুৱাহাটী বিশ্ববিদ্যালয়ত খালী হোৱা অর্ধশতাধিক অধ্যাপকৰ পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷