নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভা সচিবালয়ত খালী পদৰ বিজ্ঞাপন

বিশেষ বাৰ্তা, ২৮ জুনঃ অসম বিধানসভা সচিবালয়ৰ অধীনত কিছুসংখ্যক পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ ইয়াৰে এটা পদUnder Secretary৷ দৰমহাৰ নিৰীখ ৩০,০০০ টকাৰ পৰা ১,১০,০০০ টকা৷ পদটো অনুসূচিত জনজাতি H)ৰ বাবে সংৰক্ষিত৷ এটা পদAssistant Research Officer৷ দৰমহাৰ নিৰীখ ২২,০০০ টকাৰ পৰা ৯৭,০০০ টকা৷ আন এটা পদAssistant Language Officer আৰু দৰমহাৰ নিৰিখ ২২,০০০ টকাৰ পৰা ৯৭,০০০ টকা৷ আন এটা খালী পদStore Officer(Non Gazatted)৷ দৰমহাৰ নিৰিখ ২২,০০০ টকাৰ পৰা ৯৭,০০০ টকা৷ দুটা পদStenographer-2(E)৷ দৰমহা ২২,০০০ টকাৰ পৰা ৯৭,০০০ টকা৷ পদটো অনুসূচিত জনজাতি (ভৈয়াম)ৰ বাবে সংৰক্ষিত৷ খালী হোৱা চাৰিটা পদStenographer-2(L)৷ ইয়াৰে এটা পদ অনুসূচিত জনজাতি (ভৈয়াম) বাবে সংৰক্ষিত৷ দৰমহা ২২,০০০ টকাৰ পৰা ৯৭,০০০ টকা৷Lower Division Assistantৰ খালী পদ ৬টা৷ ইয়াৰে তিনিটা পদ অসংৰক্ষিত, দুটা অনুসূচিত জনজাতি (পাহাৰ)ৰ বাবে সংৰক্ষিত৷ দৰমহা ১৪,০০০ টকাৰ পৰা ৭০,০০০ টকা LDA cum Proof Readerৰ খালী পদ তিনিটা৷ দৰমহাৰ নিৰিখ ১৪,০০০ টকাৰ পৰা ৭০,০০০ টকা৷Translatorৰ খালী পদ দুটা৷ দৰমহাৰ নিৰিখ ১৪,০০০ টকাৰ পৰা ৭০,০০০ টকা৷Watch and Ward Officer (WWO)ৰ খালী পদ এটা৷ দৰমহা ১৪,০০০ টকাৰ পৰা ৭০,০০০ টকা৷Stenographer-3(E)ৰ খালী পদ চাৰিটা৷ ইয়াৰে তিনিটা পদ অসংৰক্ষিত আৰু এটা পদ অনুসূচিত জনজাতি (ভৈয়াম)ৰ বাবে সংৰক্ষিত৷ দৰমহাৰ নিৰিখ ১৪,০০০ টকাৰ পৰা ৭০,০০০ টকা৷Typistৰ খালী পদ তিনিটা৷ দৰমহাৰ নিৰিখ ১৪,০০০ টকাৰ পৰা ৭০,০০০ টকা৷Tape Recordistৰ খালী পদ এটা৷ দৰমহাৰ নিৰিখ ১৪,০০০ টকাৰ পৰা ৭০,০০০ টকা৷Under Secretary পদৰ বাবে প্রার্থীসকলে কলা, বিজ্ঞান অথবা বাণিজ্য বিষয়ত ৫০ শতাংশ নম্বৰসহ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ আইনৰ স্নাতক আৰুConstitutional lawৰ জ্ঞান থকা প্রার্থীক অগ্রাধিকাৰ দিয়া হ’ব৷ প্রার্থীসকলৰ দুবছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷Assistant Research Officer পদৰ প্রার্থীসকলে ইংৰাজী, অসমীয়া, সমাজ বিদ্যা অথবা বুৰঞ্জী বিষয়ত ৬০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগিব৷OBC/MOBCৰ ক্ষেত্রত নম্বৰ ৫৫ শতাংশ হ’লেও হ’ব৷ আনহাতেSC/ST(P) আৰুST(H) ৰ প্রার্থীৰ ক্ষেত্রত ৫০ শতাংশ নম্বৰ থাকিব লাগিব৷ প্রার্থীসকলৰ ইংৰাজী আৰু অসমীয়া ভাষাত ভাল জ্ঞান থাকিব লাগিব৷Assistant Language Officer পদৰ প্রার্থীসকলে ইংৰাজী অথবা অসমীয়া বিষয়ত ৬০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগিব৷OBC/MOBCৰ ক্ষেত্রত নম্বৰ ৫৫ শতাংশ হ’লেও হ’ব৷ আনহাতেSC/ST(P) আৰুST(H) ৰ প্রার্থীৰ ক্ষেত্রত ৫০ শতাংশ নম্বৰ থাকিব লাগিব Store Officer(Non Gazatted) পদৰ প্রার্থী কলা, বিজ্ঞান আৰু বাণিজ্যত অতিকমেও ৫৫ শতাংশ নম্বৰসহ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷OBC/MOBCৰ ক্ষেত্রত নম্বৰ ৫০ শতাংশ হ’লেও হ’ব৷ আনহাতেSC/ST(P) আৰুST(H) ৰ প্রার্থীৰ ক্ষেত্রত ৪৫ শতাংশ নম্বৰ থাকিব লাগিব৷Stenographer-2(E) পদৰ প্রার্থী কলা, বিজ্ঞান আৰু বাণিজ্যত ৫০ শতাংশ নম্বৰসহ স্নাতক উত্তীর্ণ হ’ব লাগিব৷OBC/MOBCৰ ক্ষেত্রত নম্বৰ ৪৫ শতাংশ হ’লেও হ’ব৷ আনহাতেSC/ST(P) আৰুST(H) ৰ প্রার্থীৰ ক্ষেত্রত ৪০ শতাংশ নম্বৰ থাকিব লাগিব৷ প্রার্থীসকলৰ ১ মিনিটত ১২০টা শব্দStenography কৰাITI অথবা চৰকাৰী প্রতিষ্ঠানৰ পৰা প্রমাণপত্র থাকিব লাগিব৷Stenographer-2(L) পদৰ প্রার্থীয়ে কলা, বিজ্ঞান অথবা বাণিজ্যত ৫০ শতাংশ নম্বৰসহ স্নাতক উত্তীর্ণ হ’ব লাগিব৷OBC/MOBCৰ ক্ষেত্রত নম্বৰ ৪৫ শতাংশ হ’লেও হ’ব৷ আনহাতেSC/ST(P) আৰুST(H) ৰ প্রার্থীৰ ক্ষেত্রত ৪০ শতাংশ নম্বৰ থাকিব লাগিব৷ প্রার্থীসকলৰ প্রতি মিনিটত ১০০টা শব্দ অসমীয়াতStenography কৰা স্বীকৃতিপ্রাপ্ত অনুষ্ঠান–প্রতিষ্ঠানৰ্ প্রমাণপত্র থাকিব লাগিব৷LDA cum Proof Reader পদৰ প্রার্থীয়ে ইংৰাজী অথবা অসমীয়াত ৫৫ শতাংশ নম্বৰসহ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷OBC/MOBCৰ ক্ষেত্রত নম্বৰ ৪৫ শতাংশ হ’লেও হ’ব৷ আনহাতেSC/ST(P) আৰুST(H) ৰ প্রার্থীৰ ক্ষেত্রত ৪০ শতাংশ নম্বৰ থাকিব লাগিব৷Translator পদৰ প্রার্থীয়ে অসমীয়া অথবা ইংৰাজী বিষয়ত মেজৰ পাঠ্যক্রম হিচাপে স্নাতকত ৫৫ শতাংশ নম্বৰসহ উত্তীর্ণ হোৱা হ’ব লাগিব৷OBC/MOBCৰ ক্ষেত্রত নম্বৰ ৪৫ শতাংশ হ’লেও হ’ব৷ আনহাতেSC/ST(P) আৰুST(H) ৰ প্রার্থীৰ ক্ষেত্রত ৪০ শতাংশ নম্বৰ থাকিব লাগিব৷Watch and Ward Officer (WWO) পদৰ প্রার্থীসকলে কলা, বিজ্ঞান অথবা বাণিজ্য বিষয়ত কোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৫৫ শতাংশ নম্বৰসহ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷OBC/MOBCৰ ক্ষেত্রত নম্বৰ ৪৫ শতাংশ হ’লেও হ’ব৷ আনহাতেSC/ST(P) আৰুST(H) ৰ প্রার্থীৰ ক্ষেত্রত ৪০ শতাংশ নম্বৰ থাকিব লাগিব৷Stenographer-3(E)ৰ পদৰ প্রার্থীয়ে কলা, বিজ্ঞান অথবা বাণিজ্যত ৫০ শতাংশ নম্বৰসহ উচ্চতৰ মাধ্যমিকত উত্তীর্ণ হ’ব লাগিব৷OBC/MOBCৰ ক্ষেত্রত নম্বৰ ৪৫ শতাংশ হ’লেও হ’ব৷ আনহাতেSC/ST(P) আৰুST(H) ৰ প্রার্থীৰ ক্ষেত্রত ৪০ শতাংশ নম্বৰ থাকিব লাগিব৷Tape Recordistৰ প্রার্থীয়েSound Engineeringত ৫০ শতাংশ নম্বৰসহ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷OBC/MOBCৰ ক্ষেত্রত নম্বৰ ৪৫ শতাংশ হ’লেও হ’ব৷ আনহাতেSC/ST(P) আৰুST(H) ৰ প্রার্থীৰ ক্ষেত্রত ৪০ শতাংশ নম্বৰ থাকিব লাগিব৷ প্রার্থীসকলৰ বয়স ২১ বছৰৰ পৰা ৩৮ বছৰ (১ আৰু ৪ নম্বৰ পদ), ৪০ বছৰ (পদ নং ৫ আৰু ১৩) হ’ব লাগিব৷OBC/MOBCৰ প্রার্থীৰ ক্ষেত্রত বয়সৰ সীমা ৩ বছৰ আৰুSC/ST(P) আৰুST(H) প্রার্থীৰ বয়সৰ উচ্চসীমা ৫ বছৰ ৰেহাই দিয়া হ’ব৷ আবেদন পত্র জমা দিয়াৰ অন্তিম তাৰিখ ১৪ জুলাই৷

You might also like