নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ত তৃণমূল কংগ্রেছৰ প্রার্থী–কর্মীৰ ওপৰত এনপিপিৰ আক্রমণ

নিয়মীয়া বাৰ্তা,৯ফেব্ৰুৱাৰী: নির্বাচনমুখী উত্তৰ–পূবৰ ৰাজ্য মেঘালয়ত কালি তৃণমূল প্রার্থীসহ দলটোৰ কর্মী আৰু সমর্থকসকলৰ ওপৰত আক্রমণৰ অভিযোগ উঠিল শাসকীয় বিজেপিজোঁটৰ সহযোগী দল নেচনেল পিপ’লছ পার্টীৰ বিৰুদ্ধে৷ এই আক্রমণৰ ঘটনাত আক্রান্ত হৈছে ফুলবাৰীৰ তৃণমূল কংগ্রেছৰ প্রার্থী এছ জি এছমাতুৰ ম’মিনিন৷ এনপিপিৰ কর্মীসকলৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগ দাখিল কৰা হৈছে৷ কালি নিশা ১০ বজাত পশ্চিম গাৰোপাহাৰৰ ফুলবাৰীত সংঘটিত হয় এই আক্রমণৰ ঘটনা৷

You might also like