নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰী  কলেজৰ নতুন ভৱনৰ আধাৰশিলা প্ৰমোদ বড়োৰ

নিয়মীয়া বাৰ্তা, ২৬ মে': বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান খৈৰাবাৰী মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা ভৱন এটিৰ আজি আধাৰশিলা স্থাপন কৰা হয় । বি টি চিৰ উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মাণ কৰিবলৈ লোৱা নতুন ভৱনটিৰ এক…

জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা

বিশেষ বাৰ্তা, ২৬ মে’ :- আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ সমূহ আঞ্চলিক সমিতিৰ সহযোগত এক ধৰ্ণা কায্যসূচী ৰূপায়ণ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷ উক্ত ধৰ্ণা…

চোৰৰ আজব কাণ্ড : যোৰহাটৰ বেকাৰীত কেক কাটি তুলিলে ছেল্ফি

বাৰ্তা ব্যুৰো, ২৬ মে : যোৰহাট নগৰৰ বৰুৱা চাৰিআলিত থকা মনীষা বেকাৰী নামৰ প্ৰতিষ্ঠানটোত ২৩ মেৰ নিশা দুটা চোৰ সোমাই যি কাণ্ড কৰিলে, সেয়া দেখি আৰক্ষীও হতবাক। দুই গভাইত চোৰে স্বাটাৰ ভাঙি দোকানৰ ভিতৰত প্ৰৱেশ কৰে আৰু ছাটাৰ বন্ধ কৰি লয়। ইয়াৰ পাছত…

খঁকুৱা কৰ্মচাৰী : হাত দাঙিলে হাজোৰ লাটমণ্ডল উৎপল কেম্প্ৰায়ে

নিয়মীয়া বাৰ্তা, ২৬ মেঃ অব্যাহত আছে চৰকাৰী দৰমহাৰে পেট নভৰা উপঢৌকন লোৱা খঁকুৱা কৰ্মচাৰীৰ হাচ দঙা পৰ্ব। এইবাৰ হাত দাঙিলে হাজো ৰাজহ চক্ৰ কাৰ্যালয়ত লাট মণ্ডল উৎপল কেম্প্ৰায়ে। মাত্ৰ ২০০০ টকা ভেঁটী লওঁতেই হাতে-লোটে ধৰে চি এম ভিজিলেঞ্চে। ব্যাপক…

আহমেদাবাদত দ্বিতীয় কোৱালিফায়াৰত ৰোহিত–হার্দিকৰ যুঁজ

বিশেষ বাৰ্তা, ২৬ মেঃ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব আইপিএলৰ দ্বিতীয় কোৱালিফায়াৰ মেচ৷ এই হাইভ’ল্টেজ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছৰ বিপক্ষে৷  মেচখনত…

আগ্ৰাসী ৰঙাচীন : উত্তৰাখণ্ডৰ সীমান্তত ৪০০ গাঁও নিৰ্মাণৰ প্ৰস্তুতি

বিশেষ বাৰ্তা, ২৬ মেঃ চীনে ধাৰাবাহিকভাৱে ভাৰতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, লাডাখ আৰু অৰুণাচল প্ৰদেশৰ পিছত এতিয়া উত্তৰাখণ্ডতো চীনে গাঁও নিৰ্মাণৰ খবৰ ওলাইছে। কোৱা হৈছে যে উত্তৰাখণ্ডৰ সীমান্তৰ সমীপত চীনে গাঁও নিৰ্মাণ কৰি আছে। ইয়াৰ লগতে এইটোও…

গুৱাহাটী লাখটকীয়াৰ ২নং ৰে’লগেটত ড্রাগ্ছৰ বেহা

বিশেষ বার্তা, ২৬ মেঃ গুৱাহাটীত সক্রিয় হৈ আছে আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্র৷ এই চক্রটোৱে বিভিন্ন কৌশলেৰে গুৱাহাটীৰ মাজেৰে বহিঃৰাজ্যলৈ ড্রাগ্ছৰ সৰবৰাহ অব্যাহত ৰখাৰ লগতে গুৱাহাটীতো ড্রাগ্ছৰ ৰমৰমীয়া বেহা চলাই আহিছে৷ মহানগৰ আৰক্ষীৰ…

প্ৰেমৰ তাগিদা : প্রেয়সীক লগ পাবলৈ ছুইডেনলৈ চাইকেলেৰে যাত্রা

বিশেষ বাৰ্তা, ২৬ মেঃ ছুইডিছ পত্নীক লগ কৰিবলৈ ভাৰতৰ পৰা ইউৰোপীয় দেশখনৰ বাৰোছ চহৰলৈ চাইকেল যাত্রা কৰা দুৰন্ত প্রেমিক তথা চিত্রকৰ পিকে মহানান্দিয়াৰ কাহিনীয়ে শেহতীয়াকৈ সংবাদ মাধ্যমত সৃষ্টি কৰিছে আলোড়ন৷ অৱশ্যে এই ঘটনা যথেষ্ট পুৰণি৷ ১৯৭৫ চনত…

আমেৰিকাৰ বিৰুদ্ধে চীনা হেকাৰৰ ‘ছায়াযুদ্ধ’

বিশেষ বাৰ্তা, ২৬ মেঃ আমেৰিকাৰ বিৰুদ্ধে প্রবল ‘ছায়াযুদ্ধ’ আৰম্ভ কৰিছে চীনে৷ চাইবাৰ জগতত এইবাৰ মুখামুখি দুই মহাশক্তি৷ সূত্রৰ খবৰ অনুসৰি এইবাৰ মার্কিন কম্পিউটাৰবোৰক আক্রমণৰ লক্ষ্য হিচাপে বাচি লৈছে চীন চৰকাৰ তথা দেশখনৰ সেনাৰ সাহায্যপ্রাপ্ত…

লক্ষ্য আহমেদাবাদ : দ্বিতীয় কোৱালিফায়াৰত আজি ৰোহিত–হার্দিকৰ যুঁজ

বিশেষ বাৰ্তা, ২৫ মেঃ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত আজি অনুষ্ঠিত হ’ব আইপিএলৰ দ্বিতীয়খন মৰণপণ কোৱালিফায়াৰ মেচ৷ এই হাইভ’ল্টেজ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছৰ…