নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাঞ্চনজংঘাৰ শিখৰত উৰিল অসমীয়াৰ স্বাভিমান গামোচা

বিশেষ বাৰ্তা, ২৬ মেঃ বিশ্বৰ সর্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত অসমসন্তানে বিজয়ধ্বজা উৰুওৱাৰ সম্পূর্ণ এটা দশকৰ পাছত আজি আন এক হতিহাস ৰচিলে অসম আৰু অসমীয়াই৷ আজি দুগৰাকী অসমসন্তানে বিশ্বৰ তৃতীয় সর্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা আৰোহণ কৰি ৰাজ্যলৈ…

উচ্চতৰ মাধ্যমিকত নামভর্তিৰ বাবে ২৯ মে’ৰ পৰা দৰ্পণত আবেদন

বিশেষ বাৰ্তা, ২৬ মেঃ মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নামভর্তিৰ বাবে দর্পণ নামৰ প’র্টেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷ এক জাননীৰ জৰিয়তে সংসদে প্রকাশ কৰা অনুসৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয়, ছিনিয়ৰ…

সম্পাদকীয় : পুনৰ অতিমাৰীৰ আশংকা

ক’ৰোনা অতিমাৰীৰ সংহাৰে এতিয়াও আতংকিত কৰি ৰাখিছে বিশ্ববাসীক৷ অতিমাৰীৰ প্রভাৱত সমগ্র বিশ্বৰ অর্থনৈতিক অৱস্থালৈ নামি আহিছিল ভয়াৱহ সংকট৷ এই অতিমাৰীয়ে বিশ্বজুৰি প্রাণ কাঢ়িলে কেইবাকোটি লোকৰ৷ বিগত আঢ়ৈ বছৰ ধৰি অতিমাৰীৰ প্রভাৱত পংগু হৈ পৰা বিশ্বৰ…

অশান্ত মণিপুৰলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

বিশেষ বাৰ্তা, ২৬ মেঃ  জনজাতিকৰণৰ নামত দুটা সম্প্রদায়ৰ মাজত সৃষ্টি হোৱা সংঘর্ষই অশান্ত কৰি ৰখা মণিপুৰ ভ্রমণলৈ যাব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ এই কথা ঘোষণা কৰিছে গৃহমন্ত্রীগৰাকীয়ে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মণিপুৰৰ প্রসংগত এই কথা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ মে’, জেঠ মাহৰ ১১ তাৰিখ শুকুৰবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ অশ্লেষা, যাত্রাঃ নাই মেষঃ চোৰ–ডকাইত পৰা সাৱধান হ’ব৷ অর্থৰ নাটনি হ’ব পাৰে৷ অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে৷ টকা দিয়া বা লোৱা এটাও নকৰিব৷ শিক্ষার্থীৰ শুভ৷ শুভ…

সতীৰ্থৰ মাজত মাৰপিট : জুৱাৰ ধনক লৈ শিৱসাগৰত মাজনিশা ভয়ানক কাণ্ড

নিয়মীয়া বাৰ্তা, ২৫ মে : শিৱসাগৰত জুৱা খেলৰ ধনক কেন্দ্ৰ কৰি সংঘটিত হোৱা সংঘৰ্ষত এগৰাকী এটা ৰাজনৈতিক দলৰ নেতা আহত হোৱাৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মুকলিকৈ জুৱা খেলত অংশ গ্ৰহণ কৰি ধনৰ বাটোৱাৰাক লৈ সংঘটিত…

কলকাতা বিমানবন্দৰৰ পৰা গ্ৰীন কৰিডৰযোগে ফাইজানৰ মৃতদেহ পুলিচ মৰ্গলৈ!

বিশেষ বাৰ্তা, ২৫ মেঃ কলকাতা উচ্চ ন্যায়লয়ৰ আদেশ জাৰিৰ পাছত ফাইজানৰ মৃতদেহ কলকতা পোৱাৰ পাছতেই তৎপৰতা বৃদ্ধি হয় পশ্চিমবংগ আৰক্ষীৰ।কলকাতা বিমানবন্দৰৰ পৰা গ্ৰীণ কৰিডৰ যোগে মহম্মদ আলি পাৰ্কৰ পিছফালে থকা নীল মাধৱ সেন পথৰ কাষৰ পুলিছ মৰ্গলৈ লৈ যোৱা…

২১, ২২, ২৩ নৱেম্বৰত মৰিগাঁৱত আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন

বাৰ্তা বুৰো, ২৫ মেঃ অহা ২১, ২২ আৰু ২৩ নৱেম্বৰত মৰিগাঁও চহৰত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন। সদৌ মৰিগাঁও জিলা ছাত্র সন্থাৰ উদ্যোগত মৰিগাঁও সদৰ ছাত্র সন্থা আৰু মৰিগাঁও জিলাবাসীৰ সহযোগত অনুষ্ঠিত হবলগীয়া ছাত্ৰ…

বজালী আৰক্ষীৰ সফলতা : নাৰী দেহ ব্যৱসায়ীৰ চক্ৰ উৎখাত

নিয়মীয়া বাৰ্তা, ২৫ মেঃ শিশু আৰু নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত এটি বৃহৎ চক্ৰক উৎখাত কৰিবলৈ সক্ষম হয় বজালী আৰক্ষী৷ এক গোপন সূত্ৰৰ পম খেদি বজালী আৰক্ষীয়ে যোৱানিশা গুৱাহাটীৰ হাতীগাঁও আৰু কোকৰাঝাৰত অভিযান চলাই তিনিগৰাকী ভুক্তভোগী যুৱতী আৰু…

নিবনুৱাৰ মুখত হাঁহি বিৰিঙাই খানাপাৰাত নিযুক্তিপত্ৰ বিতৰণ গৃহমন্ত্ৰী অমিত শ্বাহৰ

বিশেষ বাৰ্তা, ২৫ মেঃ যোৱা বিধানসভা নির্বাচনৰ সময়ত ১ লাখ চৰকাৰী চাকৰি প্রদানৰ বাবে দিয়া প্রতিশ্রুতি পূৰণৰ ক্ষেত্রত এক বৃহৎ পদক্ষেপ হিচাপে আজি একেদিনাই ৪৪,৭০৩গৰাকী প্রার্থীক নিযুক্তিপত্র প্রদান কৰে৷ ইয়াৰ পূর্বে যোৱা দুটা বছৰত বিভিন্ন সময়ত…