নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা ডিগবৈৰ যুৱকৰ

বিশেষ বাৰ্তা, ২৬ মেঃ ডিব্ৰুগড়ৰ বগীবিল দলঙত আজি পুৱাই সংঘটিত এক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অনিকেত দত্ত গুপ্ত (১৯) নামৰ কম্পিউটাৰ চায়েঞ্চৰ এজন ছাত্ৰই বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰ নদীত জাপ দিয়া ঘটনাই সকলোৰে চকু কপালত তুলিছে।আৰক্ষীৰ…

বকো ছমৰীয়া পথত আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ২৬ মেঃ অসম চৰকাৰৰ অসম লোক নিৰ্মাণ ( পথ ) বিভাগৰ কামৰূপ জিলাৰ বকো উপ সংমণ্ডলৰ অধিনৰ বকো ছমৰীয়া পথৰ পুন:নিৰ্মাণ কামৰ আধাৰশিলা আজি আনুষ্ঠানিক ভাৱে স্থাপন কৰে সাংসদ কুইন ওজা আৰু বিধায়িকা নন্দিতা দাসে। উল্লেখ্য যে ; অসম…

প্ৰথমে কাপোৰত প্ৰস্ৰাৱ, তাৰ পিছত বাল্টিত তিয়াই মচিলে ঘৰ… নইদাত চাকৰনীৰ নিৰ্লজ্জ কাণ্ড

বিশেষ বাৰ্তা, ২৬ মেঃ উত্তৰপ্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ অজনৰা হোমছ ছ’চাইটিত পোহৰলৈ আহিছে এগৰাকী চাকৰনীৰ লজ্জাজনক কাণ্ড। যাৰ এটা ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে ঘৰ মচি থকা অৱস্থাত একেটা বাল্টিতে এগৰাকী…

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে অনুশীলনত ব্যস্ত ভাৰতীয় খেলুৱৈ

বিশেষ বাৰ্তা, ২৬ মেঃ ৭ জুনৰ পৰা দ্য অ’ভেলত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলখন। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচত টিম ইণ্ডিয়াৰ সন্মুখত অষ্ট্ৰেলিয়াৰ প্ৰত্যাহ্বান। বিৰাট কোহলি আৰু মহম্মদ ছিৰাজকে ধৰি বহু ভাৰতীয়…

আমবাৰীত অগপৰ সাংগঠনিক সভা

বিশেষ বাৰ্তা ২৬ মেঃ লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক তৎপৰতাৰে আজি অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত এখনি গুৰুত্বপূৰ্ণ বিষয়ববীয়াসকলৰ সভা অনুষ্ঠিত হয়। দলৰ সভাপতি অতুল বৰাই সভাপতিত্ব কৰা সভাত তৃণমূল পয্যায়ত অহা দুমাহৰ ভিতৰত সকলো বুথ…

নগাঁৱৰ ম’হমৰীয়াত তিনিদিনীয়া মহাপালনাম

বিশেষ বাৰ্তা, ২৬ মেঃ নগাঁৱৰ ম'হমৰীয়াত আজিৰে পৰা ম''হমৰীয়া একশৰণ ভাগৱতী সমাজৰ উদ্যোগত ম'হমৰীয়া গাঁৱৰ ১নং কীৰ্তন ঘৰত তিনিদিনীয়াকৈ মহাপালনাম কীৰ্তন আৰম্ভ হৈছে। আজি পুৱা পালনাম পৰিচালনা সমিতিৰ সভাপতি হোমেশ্বৰ পাঠকে ধৰ্মধ্বজা উত্তোলন কৰি মহাপাল…

ৰাজস্থানৰ আজমেৰৰ পৰা বিজেপিৰ প্ৰচাৰৰ মেগা প্লেনৰ আৰম্ভ কৰিব মোদীয়ে

বিশেষ বাৰ্তা, ২৬ মে: নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোতে অৰ্থাৎ ২০১৪ চনৰ ২৬ মে'ত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই ৯ বছৰৰ যাত্ৰাক স্মৰণীয় কৰি তুলিবলৈ বিজেপিয়ে মেগা প্ৰচাৰৰ পৰিকল্পনা কৰিছে। ইয়াত কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজ আৰু ৯ বছৰৰ…

ধুবুৰীৰ জুইশলা কাৰখানাৰ বিক্ৰী ১১০ বিঘা ভূমি – মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী

নিয়মীয়া বাৰ্তা, ২৬ মেঃ এসময়ত ধুবুৰী কিয় বিখ্যাত বুলিলে প্ৰথমেই উচ্চাৰিত হোৱা ধুবুৰীৰ জুইশলা কাৰখানাটো এতিয়া হৈ পৰিল ইতিহাসৰ এখিলা পাত। কিয়নো জানিব পৰা মতে, বহুজাতিক কোম্পানী আইটিচি লিমিটেডে নিজৰ অধীনত থকা ধুবুৰীৰ সেই জুইশলা কাৰখানাটোৰ…

গুৱাহাটী খাৰঘুলিৰ জলবিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

বিশেষ বাৰ্তা, ২৬ মেঃ কালি গুৱাহাটীৰ খাৰঘুলিত খোৱাপানী যোগান প্ৰকল্প এটিৰ ভয়ংকৰ পাইপ বিস্ফোৰণ সংঘটিত হৈছিল। সেই দুৰ্ঘটনাটোৰ ফলত সংঘটিত ভয়াৱহ পৰিস্থিতিৰ আজি বুজ ললে কৃষিমন্ত্ৰী তথা কামৰূপ (মহানগৰ) জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই। তেওঁ…

ভাৰত গৌৰৱ সন্মান লাভ নগাঁৱৰ কৰৈয়নীৰ বেদাংগনা কাশ্যপৰ

নিয়মীয়া বাৰ্তা, ২৬ মে : ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাবলৈ সক্ষম হ'ল নগাঁৱৰ কৰৈয়নীৰ ছাত্ৰী বেদাংগনা কাশ্যপে। নগাঁৱৰ কৰৈয়নীৰ বেদাংগনা কাশ্যপে সত্ৰীয়া নৃত্য, লোকনৃত্য আৰু কথক নৃত্য পৰিৱেশন কৰা বাবে ইণ্ডিয়া প্ৰাউড বুক অফ ৰেকৰ্ডছে ভাৰত…