বকোত পথ দুৰ্ঘটনা, ঘটনাস্থলীতে নিহত দুই বাইক আৰোহী
- বকোৰ বুঢ়াহাড়াত শোকাৱহ পথ দুৰ্ঘটনা।
- দুৰ্ঘটনাস্থলীতে নিহত দুজন বাইক আৰোহী।
- তীব্ৰবেগত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা।
- নিহত আশ্ৰাফুল আনোৱাৰ (১৯) আৰু চাইফুল ইছলাম (১৯)।
- দুয়োৰে ঘৰ গৰৈমাৰীত।
- ততাতৈয়াকৈ দুয়োকে ভৰ্তি কৰো হৈছিল বকো চিকিৎসালয়ত।
- বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুয়োকে মৃত ঘোষণা।
ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ