নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল মার্কেটিং, কেৰিয়াৰ গঢ়িব বিচাৰে নেকি?

  • অনির্বাণ ডেকা

সাম্প্রতিক সময়ত এই বিশ্ব ব্রহ্মাণ্ডত খলকনি তোলা বিষয়টোৱে হৈছে ডিজিটেল মার্কেটিং৷
আপোনালোকে বাৰু জানেনে ডিজিটেল ইণ্ডাষ্ট্রীত ২০২০ চনৰ ভিতৰত ২০ লাখতকৈও অধিক চাকৰি সমগ্র ভাৰতবর্ষতে ওলাই আছে৷ এই চাকৰিৰ বাবে আপোনালোক সাজুনে?
অলপতে ওলোৱা সমীক্ষাতDigital Industryৰ তথ্যসমূহৰ আধাৰত আমি জানিব পাৰোঁ যে–
(১) ভাৰতবর্ষতDigital Advertising Industryত ৩৩.৫ শতাংশ হাৰত বৃদ্ধি পাইছে৷
(২) আনহাতে ২০২০লৈকে ডিজিটেলAdvertising ইণ্ডাষ্ট্রী ২২৫ বি এন টকালৈকে বৃদ্ধি পাব৷
(৩)Digital mediaৰ বিজ্ঞাপনৰShare ২৪ শতাংশতকৈও বেছি হ’ব৷
Digital media হৈছে এই সময়ৰ সকলো ব্যৱসায়– বাণিজ্যৰ লগতে সকলো দিশতে এটা ডাঙৰ আহিলাস্বৰূপ৷ কাৰণ বর্তমান সময়তDigitally সকলোবোৰ জনাটো অতিকৈ জৰুৰী৷ যিদৰেSchool, Collegeত ডিজিটেল মাধ্যমৰ আগমন, যাতায়াতৰ ক্ষেত্রতো ডিজিটেল মাধ্যমৰ দ্বাৰা ক্ষন্তেকতে আদান–প্রদানৰ সুবিধা,online মনৰ পছন্দৰ খাদ্য, কাপোৰ, সা–সামগ্রীorder দি অনালৈকে সকলোবোৰDigital মাধ্যমৰ দ্বাৰাই সম্ভৱ৷

          আনহাতে নিজৰ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রতোDigital marketing জনাটো অতিকৈ আৱশ্যক৷ কাৰণ আজিৰ দিনত সকলো ব্যস্ত হোৱাৰ বাবেNews Paper বাMagazine এখন কিনি আনি পঢ়িবলৈ সময়ৰ অলপ নাটনি হোৱাৰ ফলত বহুতোNews বাadvertisement সকলোৰে হাততে থকাmobileৰ জৰিয়তে সকলোবোৰinformation লোৱাতহে সুবিধা হয়৷ সেয়েহে প্রতিটো ব্যৱসায়ৰ ক্ষেত্রত ডিজিটেলীupdate হোৱাটো অতিকৈ জৰুৰী৷ ইয়াৰ লগতে ডিজিটেল মার্কেটিঙৰ দ্বাৰাclient base বনোৱাটোও সহজ৷
ব্যৱসায়–বাণিজ্যৰ লগতে ঘৰতে বহিও ডিজিটেল মার্কেটিঙৰ দ্বাৰা এটি ভাল উপার্জনৰ পথো আপোনালোকে বাছি ল’ব পাৰে৷ কিন্তু তাৰ বাবে এটি উচ্চমানৰ ডিজিটেল মার্কেটাৰৰ দ্বাৰা প্রশিক্ষণ লোৱাটো অতিকৈ আৱশ্যকীয়৷
আপোনালোকক জনাবলৈ পাই সুখী হ’ম যে ডুবাইbased startup company Success Intensity ৰ দ্বাৰা উচ্চমানৰ প্রশিক্ষকৰ জৰিয়তে ডিজিটেল মার্কেটিঙৰ প্রশিক্ষণ প্রদান কৰা হ’ব৷ সম্পূর্ণPractical Knowledge সম্পন্ন এজন দক্ষ ডিজিটেলmarketer হিচাপে প্রশিক্ষণ দি কোম্পানীৰlive campaignত কাম কৰা সুবিধা আৰুexperience চার্টিফিকেট দিয়া হ’ব৷
প্রথম ২৫গৰাকী শিক্ষার্থীৰ বাবে ৫০ শতাংশFees ৰেহাই দিয়া হ’ব৷ খুব কম সময়ৰ বাবে এই সুবিধা উপলব্ধ৷
যদি আপোনালোকে নিজৰ ভৱিষ্যৎ ডিজিটেলmarketer হিচাপে গঢ়িব খোজে বা নিজৰbusiness আগবঢ়াব খোজে, তেনেহ’লে সবিশেষ জানিবলৈ86387-64094, 78963-79829 নম্বৰতphone call ৰ জৰিয়তে বাWhatsAppৰ জৰিয়তে আমাৰ লগত কথা পাতিব পাৰে৷

You might also like