বিশেষ লেখা : নোকোৱা কথাৰ বোজা
🔹 ড০ পার্থসাৰথি মহন্ত
কিছুমান কথা কোৱা হোৱাৰ লগে লগে আমাৰ পৰা আঁতৰি যায়৷ কিছুমান কথা, কিছুমান শব্দই আমাক কেতিয়াও এৰি নাযায়৷ এই কথা বা শব্দবোৰ সাংঘাতিক শক্তিশালী আছিল বুলি নহয়, বা এই কথাবোৰে আমাৰ জীৱন সলাই দিছিল বুলিও নহয়– বৰঞ্চ এই কথাবোৰ কেতিয়াও কোৱা নহ’ল বাবেহে৷ আত্মাভিমানৰ বাবে আমি কাৰোবাৰ ওচৰত ক্ষমা নুখুজিলোঁ, দ্বিধাবোধ কৰি প্রেম নিবেদন…
Read More...