নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

ASSAM POLICE

ঘোষণা কৰা হ’ল SI ৫৯৭ টা পদৰ চূড়ান্ত ফলাফল

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ  অৱশেষত আজি ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ৫৯৭ টা পদৰ চূড়ান্ত ফলাফল। এই ৫৯৭ টা পদৰ বিপৰীতে ৪১৮ গৰাকী যুৱক আৰু ১৭৯ গৰাকী যুৱতী উত্তীৰ্ণ হৈছে। উপ-পৰিদৰ্শক (ইউবি)ৰ ৫৯৭ টা পদৰ বাবে চূড়ান্ত বাছনি তালিকা…

গুৱাহাটী গ্রন্থমেলাত তথ্যচিত্র ‘বীৰাংগনা’ প্রদর্শন

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ বুধবাৰে ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলা প্রাংগণৰ ‘গগন চন্দ্র অধিকাৰী সোঁৱৰণী সভা গৃহ’ত দেশৰ প্রথম মহিলা ইডনিটৰ ওপৰত আধাৰিত অসমীয়া তথ্যচিত্র–‘বীৰাংগনা’ৰ বিশেষ প্রদর্শনী সফলতা পূর্বক অনুষ্ঠিত হয়৷ ইতিমধ্যে দেশৰ…

SI পৰীক্ষাৰ নীতি-নিৰ্দেশনা জাৰি; পৰীক্ষা দিবলৈ যোৱাৰ পূৰ্বে চাওক সবিশেষ-

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ  অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ'ব আৰক্ষীৰ উপ-পৰিদৰ্শক (ইউ বি) বাছনিৰ বাবে লিখিত পৰীক্ষা। এই পৰীক্ষাৰ কিছু নীতি-নিৰ্দেশনা ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদে জাৰি কৰিছে। এই নিৰ্দেশনাসমূহ তলত উল্লেখ কৰা…

কাৰ্বি আংলঙত নিশা আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী; সংঘৰ্ষত উগ্ৰপন্থী সংগঠনৰ অধ্যক্ষ মাৰ্টিন…

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ: কাৰ্বি আংলঙৰ আৰক্ষীৰ এক সফল অভিযানত আজি পুৱতি নিশা সশস্ত্ৰ কুকি উগ্ৰপন্থী সংগঠন ইউ.পি.আৰ.এফ.ৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত হয় ৷ উল্লেখ্য যে যোৱা আগষ্ট মাহত মাৰ্টিন গুইটেৰ নেতৃত্বত কাৰ্বি আংলংৰ পৰ্যটনস্থলী টকলাংছ'…

‘অসম আৰক্ষী দিৱস’ত আৰক্ষীৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি ঘোষণা

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ আজি ৭০ সংখ্যক 'অসম আৰক্ষী দিৱস' উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেখেতে পেৰেড পৰিদৰ্শন কৰাৰ লগতে গাৰ্ড অৱ অ'নাৰ গ্ৰহণ কৰে।…

মৰিগাঁও আৰক্ষী অধীক্ষকক ১৫ লাখ টকা উৎকোচ দিবলৈ আহি গ্ৰেপ্তাৰ এজন

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ মৰিগাঁও ৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাক এটা বিশেষ গোচৰ সংক্ৰান্তত অভিযুক্তক সুৰক্ষা দিয়াৰ কু অভিপ্ৰায়ৰে ১৫ লাখ টকা উৎকোচ দিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষী অধীক্ষক গৰাকীয়ে দণ্ডাধীসৰ উপস্থিতিত এজনক গ্ৰেপ্তাৰ কৰে।…

কাৰ্বি আংলঙৰ টকলাংছ জলপ্ৰপাতত মাৰণাস্ত্ৰ লৈ উগ্ৰপন্থীৰ মুক্ত বিচৰণ 

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ সুন্দৰ প্ৰাকৃতিক সন্দয্যৰে ভৰপূৰ সেউজ কাৰ্বি ভূমি।কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত টকলাংছ এটা জলপ্ৰপাত।প্ৰায় এবছৰ পূৰ্বে লোকচক্ষুৰ পোহৰলৈ অহা টকলাংছ জলপ্ৰপাতটোলৈ বহু পৰ্যটকৰ আগমন ঘটে।ইতিমধ্যে বোকাজানৰ…

APSC কেলেংকাৰিৰ নতুন মোৰঃ দুটাকৈ বেংক একাউণ্ট সন্দর্ভত নৱকান্ত পাটিৰক জেৰা

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট:  অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তই হঠাৎ নতুন মোৰ লৈছে৷ সম্প্রতি কাৰাবন্দী হৈ থকা আয়োগৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পালৰ অত্যন্ত ঘনিষ্ঠ দালাল নৱকান্ত পাটিৰক আজি তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে প্রায় ৩ ঘণ্টা সময় ধৰি…

মুখ্যমন্ত্রীৰ বিশেষ বঁটাৰ বাবে নির্বাচিত বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস

নিয়মীয়া বার্তা, ১৪ আগষ্টঃ কার্বি পাহাৰৰ বোকাজান মহকুমাৰ পৰা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস মুখ্যমন্ত্রীৰ বিশেষ পাৰদর্শিতা বঁটাৰ বাবে নির্বাচিত হৈছে৷ ২০২০ বর্ষত অসম আৰক্ষীৰ ২৯ গৰাকীকৈ আৰক্ষী বিষয়া আৰু জোৱান মুখ্যমন্ত্রীৰ এই বিশেষ…

অসম-নগালেণ্ড সীমান্তৰ খটখটিত দুইলক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দঃ সৰবৰাহকাৰী যুৱক আটক 

নিয়মীয়া বার্তা, ১৩ আগষ্টঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষীয়ে আজি এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী অনুসৰি এক গোপন খবৰৰ ভিত্তিত মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা…