নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

ASSAM POLICE

মাজুলীগড় চাহ বাগিচাৰ চিকিৎসকক দুর্বৃত্তৰ আক্রমণ

নিয়মীয়া বাৰ্তা, ১১ জুনঃ লংকাত চিকিৎসক নিগ্রহৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ এইবাৰ বিশ্বনাথত আক্রমণৰ লক্ষ্য হৈ পৰিছে বাগিচাৰ চিকিৎসক৷ পুঁজিপতি চাহ গোষ্ঠী এম কে সাহ মালিকানাধীন বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত কালি বিয়লি সংঘটিত হৈছে চিকিৎসক…

NSG ৰ দৰে অসম আৰক্ষীত গঠন হ’ব ১০ টা বিশেষ কামাণ্ডো বেটেলিয়ন

নিয়মীয়া বাৰ্তা, ৯ জুনঃ আৰক্ষী সেৱাৰ আধুনিকীকৰণৰ দিশত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড (NSG)ৰ লেখীয়াকৈ অসম আৰক্ষীত ১০ টা বিশেষ কামাণ্ডো বেটেলিয়ন গঠন কৰা হ'ব। অতিৰিক্ত আৰক্ষী বাহিনীৰ বৰ্ধিত…

ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নহয় আলফা স্বাধীনঃ পৰেশ বৰুৱা

ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নহয় আলফা স্বাধীন। নতুন চৰকাৰক শলঠেকত পেলাবলৈ অসম আৰক্ষীৰ কোনো লোকৰ অথবা সেনাৰ লোক ইয়াৰ আঁৰত জড়িত থাকিব পাৰে। লগতে দুদিন পূৰ্বে জাগুনত গ্ৰেনেড বিস্ফোৰণত এটি শিশুৰ মৃত্যুৰ ঘটনাৰ লগতো আলফা স্বাধীন জড়িত নহয়…

উগ্ৰপন্থী সংগঠন এল, ডি, চি, এম, এল কেডাৰ পিস্তল সহ আটক জাগুনত

নিয়মীয়া বাৰ্তা, ১৪ মেঃ ভাৰতীয় সেনাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন স্থিত ১৪নং ৰাজপুত ৰেজিমেণ্টৰ এক অভিযানত আজি জাগুন নামফাই সংৰক্ষিত বনাঞ্চলত দুধৰ্ষ এল, ডি, চি, এম, এল’ৰ এজন দুৰ্ধষ কেডাৰ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন কেডাৰ জনৰ নাম…

ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP প্ৰকাশ, কি কি আছে এই নিৰ্দেশনাত চাওক সৱিশেষ…

নিয়মীয়া বাৰ্তা ১২ মেঃ অসমত ক’ভিডৰ সংক্রমণ ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ভিডৰ সংক্রমণ বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ৷ আজি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানে এখন সংবাদ মেলযোগে ক’ভিডৰ নতুন এছঅ’পি প্রকাশ কৰিছে। সংবাদমেলত চৰকাৰৰ…

ONGCৰ ৩ কৰ্মচাৰীৰ অপহৰণ কাণ্ডত জড়িত আৰক্ষী! এজন আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ONGCৰ তিনি কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ তথ্য। অপহৰণ কাণ্ডত স্বয়ং আৰক্ষী জড়িত থকাৰ অভিযোগ। গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল। ৰাজ্য কপোৱা অপহৰণ কাণ্ডটোত জড়িত থকাৰ অভিযোগত পলাতক হৈ থকা কনিষ্টবল বসন্ত বুঢ়াগোহাইক…

‘সি সৰু ল’ৰা, তাক এৰি দিয়ক’ –অলকেশৰ মাতৃৰ কাতৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ কুইপ’ৰ দুই অভিযন্তাক আলফা স্বাধীনে অপহৰণ কৰাৰ পিছত এইবাৰ অ’ এন জি চিৰ তিনি অভিযন্তাক অপহৰণ কৰা ঘটনাই উজনি অসমৰ লগতে নিতাইপুখুৰীৰ কাষৰীয়া পদুমনি সৰুআলিৰ গাঁৱতো তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ অসম সম্পদ নাজিৰাৰ…

ONGC ৰ ৩ কৰ্মচাৰীক অপহৰণ আলফা (স্বা)ৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ কুইপ’ৰ পিছত এইবাৰ ONGCৰ ৩ জনকৈ কৰ্মচাৰীক অপহৰণ কৰিছে আলফা(স্বাঃ)য়ে। চৰাইদেউ জিলাৰ লাকুৱাৰ ৮ নং তৈল উৎপাদন ক্ষেত্ৰৰ পৰা পুৱতি নিশা প্ৰায় ১.৩০ বজাত অপহৰণ কৰিছে আলফা(স্বাঃ)য়ে। অপহূত এই বিষয়াকেইজন হৈছে উৎপাদন বিভাগৰ…

কাজিৰঙাত গঁড় হত্যা কৰিবলৈ নাগালেণ্ড–মণিপুৰৰ পৰা আহে শ্বুটাৰ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ নগাঁও জিলাৰ জখলাবন্ধাৰ আৰক্ষীয়ে গোপন সূত্রৰ তথ্যমতে যোৱানিশা অভিযান চলাই তিনি গঁড়ৰ চোৰাং চিকাৰীক মাৰণাস্ত্রসহ গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱৰ নির্দেশমর্মে জখলাবন্ধা আৰক্ষী চকীৰ…

গহপুৰত এল্ট’ গাডীৰ পৰা ৩১,৩২,৪০০ টকা জব্দ

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ  সমাগত বিধানসভা নির্বাচনৰ বাবে নির্বাচন আয়োগে বলৱৎ কৰা নির্বাচনী বিধি উলংঘা কৰি ১৫নং ৰাষ্ট্রীয় ঘাইপথেৰে এখন এল্ট’ত কঢ়িয়াই অনা ৩১ লাখ ৩২ হাজাৰ ৪০০ টকা মঙলবাৰে গহপুৰৰ হেলেম আৰক্ষীয়ে ‘ষ্টেটিক ছার্ভিলেন্স টীম’ৰ সহযোগত…