হাফলঙত অনুষ্ঠিত কেবিনেটত কি কি সিদ্ধান্ত? চাওক সৱিশেষ
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী: আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত গুৱাহাটীৰ পৰা নিলগত পাৰ্বত্য অঞ্চল হাফলঙত কেবিনেট বৈঠক অনুষ্ঠিত হয়। ডিমা হাছাওৰ হাফলঙত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ…