মমতাৰ ১৫ বছৰীয়া দুর্গ তচনচ কৰি পশ্চিমবংগ দখল বিজেপিৰ
অংগ–কলিংগৰ পিছত বংগ জয়েৰে জনসংঘৰ প্রতিষ্ঠাপক শ্যামাপ্রসাদ মুখার্জীৰ সপোন পূৰণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অমিত শ্বাহৰ সু–নেতৃত্বই৷ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছৰ ১৫ বছৰীয়া শাসনৰ বাঘজৰী ওফৰাই বংগত ঐতিহাসিক বিজয়ধ্বজা…