নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আঠ মে’ৰ পৰা ঢকুৱাখনাত ঐতিহ্যমণ্ডিত ফাটবিহু, ম’হঘুলি চাপৰিত মহা আয়োজন

নিয়মীয়া বার্তা, ঢকুৱাখনা, ২৬ এপ্ৰিল : সাতামপুৰুষীয়া ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই অহা ৮ মে'ৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে চাৰিকড়ীয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিত উদযাপন কৰা হ'ব ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। আহোম ৰাজত্ব কালৰে পৰা নিজস্ব…

নগাঁৱৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক

ডিজিটেল ডেস্ক, নগাঁও, ২৬ এপ্ৰিল : নগাঁও জিলাত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী। নগাঁৱৰ মৰিকলং অঞ্চলত সংঘটিত ডকাইতি ঘটনাৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আৰক্ষীয়ে আটক কৰিছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ…

গুৱাহাটীত ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাহনৰ; প্ৰাণ গ’ল তিনি যুৱতীৰ

ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াত শনিবাৰে পুৱতি নিশা এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী ছুইফট বাহনে ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱায়। মহানগৰীৰ গেট হাস্পতালৰ সন্মুখত পুৱতি নিশা…

ট্ৰাম্পৰ ডিনাৰ পাৰ্টীত অঘটন; মাৰ্কিন ৰাষ্ট্ৰপতিলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা !

ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : আমেৰিকাৰ ৱাশ্বিংটনত বাৰ্ষিক হোৱাইট হাউছ কৰেছপণ্ডেণ্টছ ডিনাৰৰ সময়ত গুলীচালনা সংঘটিত হয়। শনিবাৰে সন্ধিয়া ৱাশ্বিংটনৰ হিল্টন হোটেলত অনুষ্ঠিত এই অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, পত্নী মেলানিয়া ট্ৰাম্প…

বৈভৱৰ শতক সত্ত্বেও হায়দৰাবাদৰ হাতত ৫ উইকেটত পৰাস্ত ৰাজস্থান

ডিজিটেল ডেস্ক, ২৬ এপ্রিল : বৈভৱ সূর্যবংশীৰ শতক সত্ত্বেও পৰাস্ত হ'ল ৰাজস্থান ৰয়েলছ৷ চলিত আইপিএলৰ শনিবাৰে জয়পুৰত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত ৰাজস্থানে ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত ৫ উইকেটত পৰাস্ত হয়৷ মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ২২৯…

২৬ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ এপ্রিল, ব’হাগ মাহৰ ১২ তাৰিখ দেওবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : পুনর্ব্বসু, যাত্রা : মধ্যম মেষ : আজি শত্রু কমিব৷ ঘৰুৱা কামত উন্নতি হ’ব৷ ব্যৱসায়ত লাভজনক৷ শৰীৰত অলপ কষ্ট অনুভৱ হ’ব৷ বিদ্যাত শুভ৷ প্রেমত কষ্ট৷ শুভ ৰং–হালধীয়া, শুভ…

নিয়োগ বাৰ্তা : চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াত ২৬টা খালী পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ এপ্রিল চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াত বিশেষ বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে এক অধিসূচনা ঘোষণা কৰিছে৷ খালী পদৰ সবিশেষৰ প্রতি আগ্রহী আৰু সকলো যোগ্যতাৰ মাপকাঠী সম্পূর্ণ কৰা যোগ্য প্রার্থীসকলে অধিসূচনা পঢ়ি আবেদন কৰিব পাৰিব৷…

যুদ্ধৰ দুমাহৰ অন্তত পুনৰ ইৰানৰ বিমানবন্দৰত আৰম্ভ বিমান সেৱা

ডিজিটেল ডেস্ক, ২৫ এপ্ৰিল : যুদ্ধৰ বাবে প্ৰায় দুমাহ ধৰি আকাশী সীমা বন্ধ থকাৰ পাছত অৱশেষত স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছে ইৰানৰ বিমান সেৱা। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, আমেৰিকাৰ সৈতে দ্বিতীয় পৰ্যায়ৰ আলোচনা আৰম্ভ হোৱাৰ আগতেই অস্থায়ীভাৱে তেহৰানত…

জোনাইত ধুমুহাৰ তাণ্ডৱত বিস্তৰ ক্ষতি, ব্যাহত বিদ্যুৎ যোগান

নিয়মীয়া বাৰ্তা, জোনাই, ২৫ এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি জোনাইতো অহা প্ৰবল বতাহ-বৰষুণ আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে। ধুমুহাৰ প্ৰভাৱত জোনাইৰ ভিন্ন অঞ্চলত বহু পৰিয়ালৰ ঘৰ-বাৰী, মূল্যৱান গছ-গছনি আৰু বিদ্যুতৰ খুঁটা…

চামগুৰিত শোকাৱহ পথ দুৰ্ঘটনা, ১০ বছৰীয়া কণমানিৰ জীৱন শেষ

ডিজিটেল ডেস্ক, চামগুৰি, ২৫ এপ্ৰিল : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিবালিত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ১০ বছৰীয়া কণমানি ছোৱালীয়ে। ৰাস্তা পাৰ হৈ দোকানৰ পৰা সামগ্ৰী আনিবলৈ যাওঁতেই শেষ হৈ গ'ল কণমানিটিৰ…