বেচৰকাৰী হাস্পতালৰ বিপুল চিকিৎসা ব্যয়ত নাকী লগাব চৰকাৰে
ডিজিটেল ডেস্ক, ২৫ এপ্রিল : দেশৰ চিকিৎসা খণ্ডৰ যথেষ্ট উন্নতি সাধন হৈছে যদিও ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰিবলৈ গৈ সাধাৰণ নাগৰিকে অযথা সর্বস্বান্ত হ’বলগীয়া হোৱাৰ অভিযোগ সততে উত্থাপন হোৱা দেখিবলৈ পোৱা যায়৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ…