ঢকুৱাখনাৰ ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী কলেজত চোৰৰ চাফাই অভিযান
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৪ এপ্ৰিল : ঢকুৱাখনা সম-জিলাৰ বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ উচ্চশিক্ষা অনুষ্ঠান ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী কলেজত নিশা চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত। কলেজখনত নিশা চোৰে চলায়…