নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আইপিএল ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয় মুম্বাই ইণ্ডিয়ানছৰ

চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক ১০৩ ৰানত পৰাজিত কৰিছে। এইটো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ ইতিহাসত চেন্নাইৰ আটাইতকৈ ডাঙৰ জয় আৰু মুম্বাইৰ আটাইতকৈ ডাঙৰ পৰাজয়। মুম্বাই দলটো নিজৰ ঘৰুৱা মাটিত খেলি আছিল যদিও, চেন্নাইয়ে ৱাংখেড়ে…

সম্পাদকীয় : নেপালত পয়মাল

দেশ কঁপোৱা জেন–জি আন্দোলনৰ তাৎক্ষণিক ফচল নেপালৰ বলেন্দ্র শ্বাহৰ চৰকাৰ৷ জেন–জি আন্দোলনৰ পিছত নেপালত অনুষ্ঠিত সাধাৰণ নির্বাচনত বৃহৎ জয়লাভেৰে বলেন শ্বাহৰ নেতৃত্বত গঠিত হৈছিল নতুন চৰকাৰ৷ নতুন চৰকাৰখনক লৈ দেশৰ জনতাই হিশেষকৈ নতুন চামে বহুত আশা…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি আজি আপুনি ব্যৱসায়ত পৰিকল্পিতভাৱে কাম কৰিব, যাৰ ফলত ধনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। উচ্চ কৰ্তৃপক্ষ আপোনাৰ কাম কৰাৰ ধৰণত সন্তুষ্ট হ’ব আৰু কেৰিয়াৰত ডাঙৰ সফলতা লাভ কৰিব। ইতিবাচক মনোভাৱ আৰু নতুন সুযোগে কেৰিয়াৰক নতুন উচ্চতালৈ লৈ যাব।…

গোৱৰাদলৰ ধানিসা বৰ্মনলৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

নিয়মীয়া বাৰ্তা, কৈঠালকুছি, ২৩ এপ্ৰিল : শেহতীয়াকৈ ৰাজ্যৰ উঠি অহা নতুন প্ৰজন্মৰ বহু যুৱক-যুৱতী, কিশোৰ-কিশোৰীয়ে নিজৰ প্ৰতিভাৰে বিভিন্ন ক্ষেত্ৰত উজলি উঠা পৰিলক্ষিত হৈছে৷ তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন…

নাজিৰাৰ ঔগুৰিজান চাহ বাগিচাৰ চাহগছ উছন কৰি নগাৰ অবাধ শিল খনন

বিশেষ বাৰ্তা, নাজিৰা, ২৩ এপ্ৰিল : নাজিৰা সমজিলাৰ অন্তগৰ্ত চন্টক বিহুবৰৰ ঔগুৰিজান চাহ বাগিচাৰ চাহগছ উচ্ছেদ কৰি শ্ৰমিকসকলৰ জীৱন আৰু জীৱিকাৰ পথ ৰুদ্ধ কৰাৰ লগতে নাগালেণ্ডৰ নগা লোক আৰু অসমৰ একাংশ শিল মাফিয়াই অবৈধভাৱে শিল খনন কৰা কাৰ্য বন্ধ কৰাৰ…

শ্যামকানুৰ জামিন শুনানি সমাপ্ত, সিদ্ধাৰ্থৰ নতুন জামিন আবেদন

জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ সৈতে জড়িত অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত বিশেষভাৱে গঠিত ফাষ্ট-ট্ৰেক আদালতত আজি (২৩ এপ্ৰিল) শুনানি সম্পন্ন হয়। দৈনিকভাৱে শুনানি চলাই অহা বিশেষ আদালতে আজিৰ শুনানিৰ অন্তত ৩০ এপ্ৰিললৈ ৰায়…

ভুল নীতিক লৈ LSG-ক চোকা সমালোচনা প্ৰাক্তন ক্ৰিকেটাৰৰ

IPL 2026-ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰদৰ্শনক লৈ তীব্ৰ সমালোচনা উঠিছে। দলটোৱে দুজন তাৰকা খেলুৱৈৰ ওপৰত প্ৰায় ৫০ কোটি টকা ব্যয় কৰিও আশানুৰূপ ফল লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। দলটোৰ অধিনায়ক ঋষভ পণ্ট আৰু উইকেটকীপাৰ-বেটাৰ নিকোলাছ পুৰাণৰ…

ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত বঁটা প্ৰদান অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৩ এপ্ৰিল : মেধাৱী ছাত্ৰ-ছাত্ৰীক উৎসাহ প্ৰদান আৰু ঘিলামৰা শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি গঠন হোৱা "চেনীৰাম সূত-পদ্মাৱতী সূত স্মাৰক ন্যাস"ৰ সৌজন্যত আজি ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত প্ৰথমবাৰৰ বাবে…

নিয়োগ বাৰ্তা : অসম ৰাইফলছৰ ১১৭টা খালী পদত চাকৰি

🔹 আবেদনৰ শেষ তাৰিখ ১১ মে’, ২০২৬ হাবিলদাৰ ক্লার্ক, ৰাইফলমেন মেচন আৰু অধিক খালী পদৰ নিযুক্তিৰ বাবে অসম ৰাইফলছৰ অধিসূচনা ঘোষণা কৰা হৈছে৷ খালী পদৰ সবিশেষৰ প্রতি আগ্রহী আৰু সকলো যোগ্যতাৰ মাপকাঠী সম্পূর্ণ কৰা যোগ্য প্রার্থীসকলে অধিসূচনা পঢ়ি…

বশিষ্ঠ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চিলনী চোৰ, উদ্ধাৰ চুৰি ম’বাইল

বশিষ্ঠ আৰক্ষীৰ এক বিশেষ অভিযানত দুজন দুৰ্ধৰ্ষ চিলনী চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে ৰহমত আলী আৰু ৰাজীৱ কলিতা। আৰক্ষী সূত্ৰে জনোৱা মতে, এই দুই অভিযুক্তই ৰাজপথত যাতায়াত কৰা লোকসকলৰ বেগ আৰু মোবাইল কাঢ়ি লৈ অঞ্চলটোত…