মালিগাঁৱত মেনহলত সোমাই যুৱতীৰ কৰুণ মৃত্যু
গুৱাহাটীৰ মালিগাঁৱত সংঘটিত হৈছে এক কৰুণ ঘটনা। কৃত্ৰিম বানৰ মাজতে মেনহলত সোমাই এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ শোকৰ পৰিৱেশ।
জানিব পৰা মতে, দেওবাৰে নিশা হোৱা কৃত্ৰিম বানৰ ফলত মালিগাঁও অঞ্চলত ৰাস্তা পানীৰে…