আজি দিল্লীত বিজেপিত যোগদান কৰিব কংগ্ৰেছত্যাগী প্ৰদ্যুৎ বৰদলৈয়ে
কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব প্ৰদ্যুত বৰদলৈয়ে। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই যোগদান অনুষ্ঠানত দলটোৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব।
উল্লেখযোগ্য যে, মঙলবাৰে নিশা কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতে বৰদলৈয়ে…