মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান
ডিজিটেল ডেস্ক, ১২ এপ্ৰিল : ভাৰতীয় সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে আৰু নাই। দেওবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত দিনৰ প্ৰায় ১২.৩০ বজাত ৯২ বছৰীয়া সংগীত শিল্পী আশা ভোছলেই শেষ নিশ্বাস ত্যাগ কৰে। হৃদযন্ত্ৰৰ সংক্ৰমণৰ বাবে শনিবাৰে…