নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

উত্তৰাখণ্ডত জনগণনা ২০২৭ৰ আনুষ্ঠানিক আৰম্ভণি

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শনিবাৰে মুখ্যমন্ত্ৰীৰ আৱাসত জনগণনা ২০২৭ৰ অধীনত স্ব-গণনা (Self Enumeration) প্ৰক্ৰিয়া সম্পন্ন কৰি ৰাজ্যখনত এই অভিযানৰ আনুষ্ঠানিক আৰম্ভণি কৰে। এই উপলক্ষে জনগণনাৰ সৈতে জড়িত জ্যেষ্ঠ বিষয়াসকলে তেওঁক…

৫৫টা সমষ্টিত বিজয় সংকল্প সভা, ১০টা ৰোড শ্ব’ত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

ৰাজ্যত অভিলেখসংখ্যক ভোটদানৰ পিছতেই পৰৱর্তী চৰকাৰ গঠনৰ দাবী তুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য– গাঁও–চহৰৰ ৰাইজে এইবাৰ হিলদ’ল ভাঙি দিয়া ভোট বিজেপিৰ পক্ষত আছে৷ উল্লেখ্য যে পূর্বৰ অভিলেখ ভংগ কৰি ২০২৬ৰ বিধানসভা নির্বাচনত ৮৫.৯১…

সংসদ ভৱন প্ৰাংগণত প্ৰধানমন্ত্ৰী-বিৰোধী দলপতিৰ সংক্ষিপ্ত বাৰ্তালাপ

সংসদ ভৱন প্ৰাংগণত শনিবাৰে (১১ এপ্ৰিল) কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকস্মিকভাৱে মুখামুখি হয় আৰু কিছু সময় কথা-বতৰা কৰা দেখা যায়। এই সাক্ষাৎ মাত্ৰ এটা সাধাৰণ মিলন নহয়, বৰং ৰাজনৈতিক…

অহা বর্ষৰ পৰা হ’ব মেট্রিকৰ ফলাফলত বৃহৎ সলনি

আগন্তুক শিক্ষা বর্ষৰ পৰা সলনি হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ প্রক্রিয়া৷ কালি পৰীক্ষাৰ ফলাফল ঘোষণাৰ মুহূর্তত এই কথা সদৰী কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে৷ পৰিষদৰ কার্যালয়ত আয়োজিত সংবাদ মেলত অধ্যক্ষ…

অনলাইনত মুহূর্ততে লেনদেন নহ’ব, লাগিব অতিৰিক্ত এঘণ্টা সময়

বিমুদ্রাকৰণৰ পিছৰে পৰাই দেশখনলৈ ডিজিটেল লেনদেনত বিপ্লৱৰ সৃষ্টি হয় প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘ডিজিটেল ভাৰত’ৰ হাত ধৰি৷ ক’ভিড অতিমাৰীৰ সময়ৰে পৰা ই আৰু অধিক বৃহৎ আকাৰ ধাৰণ কৰে৷ কিন্তু ইউপিআই লেনদেনৰ ক্ষেত্রত এইবাৰ বৃহৎ পৰিৱর্তন সাধন কৰিবলৈ…

সম্পাদকীয় : ৰাইজেই ৰজা

‘ৰাইজেই ৰজা, জ্ঞাতিয়েই গংগা’ বুলি অসমীয়াত এষাৰ কথা আছে৷ কথাষাৰ কেৱল আমাৰ ব্যক্তিগত জীৱন বা সামাজিক জীৱনৰ ক্ষেত্রতেই সঁচা নহয়, গণতন্ত্রৰ ক্ষেত্রতো ষোলনাই প্রযোজ্য৷ সংসদীয় গণতন্ত্রত নির্বাচন এটা অতি গুৰুত্বপূর্ণ পর্ব৷ নির্বাচনৰ জৰিয়তে দেশৰ…

বৰ্ষাপাৰাত বিধ্বংসী বৈভৱ : ৬ উইকেটত হাৰিল আৰচিবি

বর্ষাপাৰাত জয়ৰ হেটট্রিক অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ৷ চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ পিছত এইবাৰ বর্ষাপাৰাত পৰাস্ত কৰিলে ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুক৷ চলিত আইপিএলত ৰাজস্থানৰ এয়া আছিল ক্রমাগত…

দ্রুতগতিত বৃদ্ধি ফিফা বিশ্বকাপ ফুটবলৰ টিকটৰ দাম

ফিফা বিশ্বকাপ ফুটবললৈ মাজতে মাথোঁ দুমাহ বাকী৷ অহা ১১ জুনৰ পৰা আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ফুটবল৷ প্রতিযোগিতাখনৰ দিন চমু চাপি অহাৰ লগে লগে টিকটৰ দামো দ্রুতগতিত বৃদ্ধি পাইছে৷ প্রতিযোগিতাখনৰ টিকটৰ মূল্যক লৈ বিতর্ক…

গুৱাহাটীত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীত ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভঙাগড়স্থিত ৰুদ্ৰাক্ষ মলৰ পিছফালে উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো সোণাপুৰৰ সিদ্ধান্ত দাস নামৰ যুৱকজনৰ বুলি চিনাক্ত কৰা হৈছে।…

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ সেনৰ দেহাৱসান

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক তথা জিলাখনৰ আগমনি প্ৰেছ ক্লাবৰ সভাপতি প্ৰদীপ সেন (টেক্সি)ৰ দেহাৱসান ঘটিছে। আজি ধুবুৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। দীৰ্ঘদিন ধৰি সাংবাদিকতা ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকা প্ৰদীপ সেন ধুবুৰী…