নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ইৰান-আমেৰিকাৰ যুদ্ধত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা

অৱশেষত ইৰান আৰু আমেৰিকাৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা হল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰি কয় যে আমেৰিকাই ইৰানৰ সৈতে আগন্তুক দুসপ্তাহৰ বাবে যুদ্ধবিৰতি পালন কৰিব। প্ৰায় ৪০…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ এপ্রিল, চ’ত মাহৰ ২৪ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : নাই মেষ : আজি আপোনাৰ মানসিক দিশৰ লগতে সা–সম্পত্তিৰ ক্ষেত্রত থকা বাধা হ্রাস হোৱাৰ সম্ভাৱনা৷ সন্মান লাভৰ কাৰক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷ বৃষ : আজি…

প্ৰখ্যাত সংগীতশিল্পী লৌ মাজাওক ‘ক্ষমা শান্তি বঁটা’ প্ৰদান 

ভাৰতৰ অন্যতম প্ৰখ্যাত সংগীতশিল্পী লৌ মাজাওক সংগীত আৰু সংস্কৃতি ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে আৰ্ট ভিলেজ, নগাঁৱৰ উদ্যোগত সন্মানজনক 'ক্ষমা শান্তি বঁটা’ৰে সন্মানিত কৰা হয়। উক্ত বঁটা প্ৰদান অনুষ্ঠানটো ৪ ফেব্ৰুৱাৰীত নগাঁৱৰ…

টিহুত ধুমুহাৰ তাণ্ডৱ : হাৰিভাংগাত বিস্তৰ ক্ষতি

আজি বিয়লি হঠাতে অহা প্ৰচণ্ড বৰষুণ-শিলাবৃষ্টিৰ লগতে প্ৰচণ্ড ধুমুহাৰ ফলত টিহুৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষতিসাধন হয়। বিশেষকৈ টিহুৰ দক্ষিণ প্ৰান্তৰ হাৰিভাংগা, মাখিবাহা, নান্নাট্টাৰী আদি অঞ্চলত ক্ষয় ক্ষতিৰ পৰিমান সৰ্বাধিক হোৱাৰ তথ্য পোৱা…

তিতাবৰত গৌৰৱ গগৈ-ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ

ভাৰতৰ বাহিৰত সম্পত্তি নাই বুলি গীতা-ভাগৱত চুই শপত খোৱাৰ বাবে দিয়া অপেন চেলেঞ্জ গ্ৰহণ কৰিবলৈ সক্ষম নহ’ল গৌৰৱ গগৈ। মুখামুখিকৈ মুখ্যমন্ত্ৰীৰ চেলেঞ্জ গ্ৰহণ কৰাৰ পৰা বিৰত থকা গৌৰৱ গগৈক লৈ আজি পুনৰ তিতাবৰত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত…

বাংলাদেশৰ আৱামী লীগৰ নেত্ৰী শিৰীন শাৰমিন চৌধুৰীক গ্ৰেপ্তাৰ

বাংলাদেশত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পাছত তেওঁৰ দল আৱামী লীগৰ নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ অব্যাহত আছে। এই ধাৰাবাহিকত আৱামী লীগৰ নেত্ৰী তথা বাংলাদেশৰ জাতীয় সংসদৰ প্ৰথম মহিলা অধ্যক্ষা শিৰীন শাৰমিন চৌধুৰীক ঢাকা…

মণিপুৰত পুনৰ অশান্তি, ইম্ফলসহ ৫ জিলাত ইণ্টাৰনেট বন্ধ

মণিপুৰত পুনৰ অশান্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত চৰকাৰে ইম্ফলসহ ৫খন জিলাত ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান আইন-শৃংখলা পৰিস্থিতি অৱনতি হোৱাৰ আশংকাত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰী সূত্ৰ অনুসৰি, ইম্ফল…

নিৰ্বাচনত এশ শতাংশ ভোটদানৰ আহ্বান সীমান্ত চেতনা মঞ্চৰ

আন্তঃৰাষ্ট্রীয় সীমান্তৱর্তী অঞ্চলৰ সর্বাংগীণ উন্নতিৰ হকে কাম কৰি অহা অ-ৰাজনৈতিক সংগঠন সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিয়ে অসম বিধানসভাৰ নিৰ্বাচনত ৰাইজক এশ শতাংশ ভোটদানৰ আহ্বান জনাইছে। এক বিবৃতিত মঞ্চৰ সভাপতি, সম্পাদকে কয় যে…

পৰ্বতঝোৰা সমষ্টিত কংগ্ৰেছত খহনীয়া, বিপিএফত যোগদান

অসম বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাত্ৰ মাজত এটা দিন বাকী থকা অৱস্থাত পাঁচ নম্বৰ পৰ্বতঝোৰা সমষ্টিত কংগ্ৰেছ দলৰ খহনীয়াই সমষ্টিটোত কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত৷ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত পাঁচ নম্বৰ পৰ্বতঝোৰা সমষ্টিৰ গুমা ব্লক…

পংকজ লোচন গোস্বামী-হিমাংশু শেখৰ বৈশ্যৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি

আসন্ন বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ প্ৰতিটো সমষ্টিত শাসক-বিৰোধী দলৰ প্ৰাৰ্থীসকলে চলাই থকা প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰে। ২৯নং পলাশবাৰী বিধানসভা সমষ্টিত আজি বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত অজাপ প্ৰাৰ্থী পংকজ লোচন গোস্বামীয়ে ৰামপুৰৰপৰা…