নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ডুমডুমাত ১৮১টা ভোটগ্ৰহণ কেন্দ্ৰত ১,৪৮,৭৮৬ ভোটাৰ

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ ৮২নং ডুমডুমা বিধানসভা সমষ্টিত ১,৪৮,৭৮৬গৰাকী ভোটাৰে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। এইবাৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটোত ১৮১টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া…

শোণিপুৰত ১,২৩১টা ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ সাজু ৯,৬২,৪৫৮ ভোটাৰ

শোণিতপুৰ জিলাত মুঠ ১,২৩১টা ভোটকেন্দ্ৰ আছে, যাৰ ভিতৰত ৩০৯টা মহিলা ভোটকেন্দ্ৰ আৰু ৫টা আদৰ্শ ভোটকেন্দ্ৰ অন্তৰ্ভুক্ত। শেহতীয়া নিৰ্বাচনী তালিকা অনুসৰি জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ ৯,৬২,৪৫৮ গৰাকী ভোটাৰ আছে, য’ত ৪,৭৬,৭৪৯ গৰাকী পুৰুষ,…

মৰিগাঁৱৰ ৭,৬৬,৫৮৮ ভোটাৰে নিৰ্ণয় কৰিব ভাবী বিধায়কৰ ভাগ্য!

মৰিগাঁও নিৰ্বাচন জিলাত মুঠ পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা ৭,৬৬,৫৮৮ জন। ইয়াৰে পুৰুষ ভোটাৰ ৩,৮৬,৯৯২ জন। মহিলা ভোটাৰ ৩,৭৯,৫৮২ জন আৰু তৃতীয় লিংগৰ ভোটাৰ ১৪ জন। ৫২নং জাগীৰোড (অনুসূচিত জাতি)সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৫০,৪২৭ জন। ইয়াৰে ১,২৪, ৮০৫…

হোজাইত ৭,৬২,৪২২ ভোটাৰে নিৰ্ণয় কৰিব ১৮ প্ৰাৰ্থীৰ ভাগ্য

হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে বিন্নাকান্দি সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৬৮,৪৪৩ গৰাকী, হোজাই সমষ্টিত ২,৫০,৪১০ গৰাকী আৰু লামডিংত ২,৪৩,৫৬৯ গৰাকী ভোটাৰে ১৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। হোজাই সমষ্টিত মুঠ প্ৰাৰ্থী দুগৰাকী।…

PSL-ৰ মাজতে গ্রেপ্তাৰ ডেভিদ ৱার্নাৰ

সুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধত গ্রেপ্তাৰ হ’ল অষ্ট্রেলিয়াৰ প্রাক্তন বিস্ফোৰক ক্রিকেটাৰ ডেভিদ ৱার্নাৰ৷ শেহতীয়াকৈ ছিডনীত সংঘটিত হৈছে এই ঘটনা৷ নিউ ছাউথ ৱেলছ আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে৷ ৱার্নাৰৰ গ্রেপ্তাৰৰ ফলত হয়তো আটাহতকৈ বেছি প্রভাৱিত হ’ব…

পৰাস্ত মুম্বাই, IPL-ত জয়ৰ হেটট্রিক ৰাজস্থান ৰয়েলছৰ

ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে চলিত আইপিএলত জয়ৰ হেটট্রিক অর্জন কৰিছে৷ গুৱাহাটীৰ বর্ষাপাৰাত অনুষ্ঠিত বর্ষাবিঘ্নিত মেচখনত ৰাজস্থানে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ২৭ ৰানত পৰাস্ত কৰে৷ বৰষুণৰ বাবে ১১ অভাৰলৈ হ্রাস কৰা মেচখনত…

শোণিপুৰত বিধানসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি

অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ আজি পুৱাৰে পৰা দৰং জিলাত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। পুৱা ৭ বজাৰ পৰা দৰং কলেজৰ পৰা ইভিএমসহ ভোটগ্ৰহণ সামগ্ৰী বিতৰণ আৰম্ভ কৰা হৈছে আৰু ভোটগ্ৰহণৰ বাবে সকলো ধৰণৰ ব্যৱস্থা সম্পন্ন কৰা হৈছে। জিলাখনৰ পাঁচটা…

ধুবুৰীত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু

নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত আজি পুৱা ধুবুৰীৰ বীনপট্টি এলেকাত সংঘটিত হোৱা এক শোকাবহ দুৰ্ঘটনাই শোঁকৰ ছা পেলাইছে চহৰখনত। জানিব পৰা মতে, বীনপট্টি অঞ্চলেদি যোৱা ৰেলপথ পাৰ হোৱাৰ সময়ত ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে’লৰ খুন্দাত থিতাতে…

কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

অসমত কাইলৈ অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ৰাজ্যজুৰি মুঠ ৩১,৪৯০টা ভোটকেন্দ্ৰত আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। এই বৃহৎ নিৰ্বাচনী ব্যৱস্থাৰ বাবে মুঠ ১,২৫,৯৬০গৰাকী প’লিং আৰু প্ৰিজাইডিং বিষয়াক নিয়োজিত কৰা হৈছে।…

ইৰান-আমেৰিকাৰ যুদ্ধত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা

অৱশেষত ইৰান আৰু আমেৰিকাৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা হল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰি কয় যে আমেৰিকাই ইৰানৰ সৈতে আগন্তুক দুসপ্তাহৰ বাবে যুদ্ধবিৰতি পালন কৰিব। প্ৰায় ৪০…