অগপমুখী তিনি AIUDF বিধায়ক, শীঘ্ৰেই আনুষ্ঠানিক যোগদান
এইবাৰ তিনি AIUDF বিধায়কে যোগ দিব অসম গণ পৰিষদত।
ইতিমধ্যে AIUDF ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে বিধায়ক কৰিম উদ্দিন বৰভূঞাই।
দল এৰিব AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ, নিজামুদ্দিন চৌধুৰীয়ে।
অসম গণ পৰিষদলৈ আহিব কংগ্ৰেছী বিধায়ক…