সম্পাদকীয় : মধ্যপ্রাচ্যত অগ্নিময় পৰিস্থিতি
উন্মনা ফাগুন ! ফাগুনত সৰাপাতে ব’হাগ অহাৰ বতৰা দিছে৷ পুৰণাক বিদায় দি প্রত্যাশাৰ এক সেউজ পৃথিৱী উপহাৰ দিয়াত ব্যস্ত প্রকৃতি৷ কিন্তু তেনে সময়তেই পশ্চিম এছিয়াৰ বতাহত বিয়পিছে বাৰুদৰ গোন্ধ৷ কেঁচা তেজেৰে ৰঙীন হৈ পৰিছে চৌদিশ৷ আমেৰিকা–ইজৰাইলৰ যৌথ…