অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থিত্ব ঘোষণা
অসমৰ পৰা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে আগন্তুক ১৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু একেদিনাই সন্ধিয়া ফলাফল ঘোষণা কৰা হ’ব।
শাসক দল বিজেপিয়ে ঘোষণা কৰে যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ মন্ত্ৰী যোগেন মহন আৰু দুলীয়াজান সমষ্টিৰ…