নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিন্নাকান্দি সমষ্টি AJP-ক এৰি দিয়াৰ খবৰত কংগ্ৰেছত অসন্তোষ

দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ স্ক্ৰীনিং সমিতিৰ বৈঠকৰ অন্তত বিন্নাকান্দি সমষ্টিটো অসম জাতীয় পৰিষদ (অজাপ)ক এৰি দিয়াৰ খবৰ প্ৰকাশ পোৱাত অঞ্চলটোত ৰাজনৈতিক তোলপাৰ সৃষ্টি হৈছে। এই খবৰ ওলোৱাৰ লগে লগে বিন্নাকান্দি সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত…

ওদালগুৰিৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান

ওদালগুৰিৰ অতিৰিক্ত সত্ৰ ন্যায়ধীশৰ আদালতে ওদালগুৰিৰ কলাইগাঁৱত সংঘটিত এটা হত্যাকাণ্ড ঘটনাৰ ৰায়দান কৰি পিতৃ হত্যাকাৰী নিৰঞ্জন ৰাভাক ১০ বছৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকা জৰিমনা বিহে। চৰকাৰী অধিৱক্তা মহিৰাম খাখলাৰীয়ে সদৰী কৰা তথ্য মতে যোৱা ২০২৪ চনৰ…

চাপৰত যাত্ৰীবাহী বাছৰ দৌৰাত্ম্য : স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

চাপৰ থানাৰ অন্তৰ্গত বহলপুৰত পুনৰ যাত্ৰীবাহী বাছৰ দৌৰাত্ম্যত এজনী স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হৈছে। যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত বহলপুৰৰ তটপাৰাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছে খুন্দা…

চোৰাং গৰু উদ্ধাৰ, আৰক্ষীৰ জোৰদাৰ অভিযানত ট্ৰাক জব্দ

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা। ঈদৰ প্ৰাকমুহূৰ্তত সক্ৰিয় হৈ পৰিছে গৰুৰ চোৰাং সৰবৰাহ চক্ৰ। এই পৰিস্থিতিত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে বৰপেটাত আৰক্ষীয়ে জোৰদাৰ অভিযান চলায়। বৰপেটাৰ চেঙাত আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে গৰু কঢ়িওৱা এখন…

গৃহিণীৰ শ্রমক অস্বীকাৰ কৰাটো অপৰাধ, উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

নিউজ ডেস্ক, ২৪ ফেব্রুৱাৰী : নাৰীক অবলা বুলি গণ্য কৰাটো এটা ভ্রান্ত ধাৰণা৷ এগৰাকী গৃহিণীৰ শ্রমে উপার্জনকাৰী সংগীক (স্বামী) ভালদৰে কাম কৰাৰ ক্ষেত্রত সহায় কৰে৷ তথাপি ভৰণ–পোষণৰ প্রশ্নত স্ত্রীৰ অৱদানক উপেক্ষা কৰাটো অন্যায়৷ – এটা গোচৰৰ…

ধুবুৰীত শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত কালিমা সানিলে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে

শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত কালিমা সানিলে ধুবুৰীত কৰ্মৰত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে। অভিযোগ মতে, ধুবুৰী চহৰৰ ৯৮৯নং ৰাষ্ট্ৰভাষা হিন্দী এল পি স্কুলৰ সহকাৰী শিক্ষক আব্দুল খালেকে প্ৰায়ে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীক নিজৰ মোবাইলেৰে…

বিজনীত আচামী ধৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণৰ অভিযোগ, উত্তপ্ত পৰিস্থিতি

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২নং ভালাতল অঞ্চলত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, য’ত আচামী ধৰিবলৈ যোৱা আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, ভূমিকেন্দ্ৰিক এক বিবাদৰ সৈতে জড়িত আচামী আব্দুল ছালাম (৪৪)…

দক্ষিণ আফ্রিকাৰে পৰাজয়ৰ পিছত প্রশিক্ষকৰ সৈতে সূর্যকুমাৰৰ মতানৈক্য

নিউজ ডেস্ক, ২৪ ফেব্রুৱাৰী : এটা পৰাজয়ৰ পিছতে চলিত টি–২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ শংকাত ভুগিছে টীম ইণ্ডিয়া৷ গুৰুত্বপূর্ণ মেচখনত পৰাজয়ৰ পিছত দলৰ ভিতৰতো অস্থিৰ অৱস্থা৷ দক্ষিণ আফ্রিকাৰ হাতত পৰাজয়ৰ পিছত যি ছবিৰ সৃষ্টি হৈছে, সেই ছবিখনে চিন্তিত…

হাইলাকান্দিৰ ৰামনাথপুৰত আৰক্ষীৰ অভিযান, ৩৫০০ বটল কফ ছিৰাপসহ দুজনক আটক

ডিজিটেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী : হাইলাকান্দি জিলা আৰক্ষীয়ে পুনৰ ড্ৰাগছবিৰোধী অভিযানত উল্লেখযোগ্য সফলতা লাভ কৰিছে। যোৱানিশা জিলাখনৰ মিজোৰাম সীমান্তৰ ৰামনাথপুৰ অঞ্চলত লাভ কৰা গোপন তথ্যৰ ভিত্তিত ৰামনাথপুৰ থানাৰ আৰক্ষীয়ে সুপৰিকল্পিতভাৱে বিশেষ…

দুৰ্ঘটনাত পতিত দিল্লী অভিমুখী এয়াৰ এম্বুলেঞ্চ, ৰোগীসহ ৭ বিমান যাত্ৰী নিহত

ডিজিটেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী : প্রাণৰক্ষাৰ যাত্ৰাত অজানিতে নামি আহিল ভয়ংকৰ মৃত্যু। সোমবাৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ পৰা দিল্লীগামী এখন এয়াৰ এম্বুলেন্স দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত ৭জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিমানখনত মুঠ ৭জন…