বিশ্বকাপত শক্তিশালী প্রত্যাৱর্তনৰ প্রতিশ্রুতি অধিনায়ক সূর্যকুমাৰ যাদৱৰ
নিউজ ডেস্ক, ২৪ ফেব্রুৱাৰী : চলিত টি–২০ বিশ্বকাপত ঘৰুৱা দল টীম ইণ্ডিয়াই প্রথমটো পৰাজয়ৰ মুখ দেখিছে৷ ছুপাৰ এইটৰ প্রথমখন মেচতে দক্ষিণ আফ্রিকাৰ হাতত ৭৬ ৰানত পৰাজয়বৰণ কৰিছে সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ এই পৰাজয়ৰ পিছত ভাৰতৰ…