সম্পাদকীয় : ভোট উৎসৱ
আমি ভাৰতীয়সকলে উৎসৱ–পার্বণ বিশাল স্তৰত আয়োজন কৰি ভাল পাওঁ৷ উৎসৱ আমি প্রাণেপণে উদযাপন কৰোঁ৷ আর্থিকে হওক, সামাজিকে হওক সকলো সমস্যাই পীড়িত কৰা আমি ভাৰতীয়সকলে সেই সমস্যাসমূহ পাহৰি থাকিবলৈকে উৎসৱত বিলীন হওঁ৷
প্রকৃত ভাৰতীয়সকলৰ দৰে আমি…