ডিব্ৰুগড়ত শক্তি প্ৰদৰ্শনেৰে বিজেপিৰ প্ৰশান্ত ফুকনৰ মনোনয়ন দাখিল
এক বিশাল শক্তি প্ৰদৰ্শনেৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে আজি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে। ধাৰাবাহিকভাৱে পঞ্চমবাৰৰ বাবে ঐতিহাসিক বিজয়ৰ লক্ষ্যৰে ৭১ বছৰীয়া অভিজ্ঞ…