গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত আছে সক্ৰিয় বেংক একাউণ্ট ! মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মহাবিস্ফোৰণ
ডিজিটেল ডেস্ক, ৫ ফেব্ৰুৱাৰী : কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্নৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ ৰাজনীতিত পুনৰ তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত…