ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ মণিকূটৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সত্ৰ উন্নয়নৰ বাবে আগবঢ়োৱা অনিৰ্ধাৰিত পুঁজিৰ অধীনত ১ কোটি টকাৰে নিৰ্মাণ হ’ব লগা ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ মণিকূটৰ আধাৰশিলা স্থাপন কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি…