নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজি সংসদত কেন্দ্রীয় বাজেট দাখিল নির্মলা সীতাৰমণৰ, বিত্তমন্ত্ৰীৰ বাজেট ভাষণ আৰম্ভ

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি লোকসভাত দাখিল কৰিব ২০২৬–২৭ বিত্তীয় বর্ষৰ কেন্দ্রীয় বাজেট৷ বিত্তমন্ত্রী সীতাৰমণে আগন্তুক বিত্তীয় বর্ষৰ মূল অর্থনৈতিক পৰিসংখ্যা আৰু চৰকাৰৰ উন্নয়নমূলক পৰিকল্পনাসমূহ দাঙি ধৰিব৷ নিম্ন…

১ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১ ফেব্রুৱাৰী, মাঘ মাহৰ ১৮ তাৰিখ দেওবাৰ : তিথি– পূর্ণিমা, নক্ষত্র : পুষ্যা দং, যাত্রা : নাই মেষ : সামাজিক কর্মত সুনাম বৃদ্ধি৷ উচ্চ বিদ্যাত যত্ন কৰক৷ প্রেমত ভাল দেখা যায়৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷ বৃষ : পাৰিবাৰিক দায়বদ্ধতা বৃদ্ধি পাব৷…

লালুক আৰক্ষীৰ অভিযানত ২১খন নকল সোণৰ নাওসহ দুজনক গ্ৰেপ্তাৰ

লালুক আৰক্ষীয়ে আজি অভিযান চলাই ২১খনকৈ নকল সোণৰ নাও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে দুই নকল সোণৰ ব্যৱসায়ী ক্ৰমে জিয়াবুৰ ৰহমান আৰু দিল আফতানুৰ আলমকো গ্ৰেপ্তাৰ কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, নকল সোণৰ ব্যৱসায়ী দুটাই প্ৰায় ৩৬ কিলোগ্ৰাম ওজনৰ…

গোৱৰাদল-ষাঠিকুছি সভা মহোৎসৱত পদ্মশ্ৰী সন্মানপ্ৰাপক নুৰুদ্দিন আহমেদক সম্বৰ্ধনা

দুহাতৰ কলাৰ যাদুৰে জীৱনৰ জয়গান গোৱাৰ উপৰি আন বহু লোকক এই পথৰ উপযুক্ত পথিক হিচাপে গঢ় দিয়া তথা সুদীৰ্ঘ কাল অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজৰ অনন্য সৃষ্টিৰাজিৰে এক নৱজাগৰণৰ সূচনা কৰি শিল্পকলাৰ জৰিয়তে অসমৰ…

বৰহোলাত সেউজী কানন শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

বৰহোলাৰ সেউজী কানন শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন অলপতে সেউজী ভৱনত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন কৰে শাখাৰ সভাপতি দিলীপ কুমাৰ খাউণ্ডে। স্মৃতি তৰ্পণ কৰে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দিগন্ত বৰাই। ৰসৰাজৰ প্ৰতিমূৰ্তিত…

আগিয়াত লাভ জেহাদৰ ঘটনা, অসংযত অৱস্থাত উদ্ধাৰ বিবাহিত মহিলা-যুৱক

আগিয়াত পুনৰ এক লাভ জেহাদৰ ঘটনাত অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছে। জানিব পৰা মতে, উৰপদ বিলৰ পাৰ্কত এগৰাকী বিবাহিত জনজাতীয় মহিলাৰ সৈতে এজন ১৯ বছৰীয়া মুছলিম সম্প্ৰদায়ৰ যুৱকক স্হানীয় ৰাইজে অসংযত অৱস্থাত উদ্ধাৰ কৰি আগিয়া আৰক্ষীক গতাই দিয়ে। ঘটনা…

অনুমতি অবিহনে চৰকাৰী কৰ্মচাৰীয়ে খুলিব নোৱাৰিব ছ’চিয়েল মিডিয়া একাউণ্ট

ডিজিটেল ডেস্ক, ৩১ জানুৱাৰী : চৰকাৰী কর্মচাৰীসকলক সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্রত নিয়ন্ত্রণৰ বাবে এক বৃহৎ আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে বিহাৰ চৰকাৰে৷ এই প্রসংগত এক নির্দেশনাও জাৰি কৰিছে চৰকাৰে৷ কেৱল সেয়াই নহয়, কিয় চৰকাৰী কর্মচাৰীসকলক…

আমেৰিকাৰ শ্লোন স্কুল অৱ মেনেজমেণ্টলৈ সপোনৰ যাত্রা অসমৰ মিঠুন ৰাজকুমাৰৰ

ডিজিটেল ডেস্ক, ৩১ জানুৱাৰী : বৰাক উপত্যকাৰ এখন নিচেই সৰু, সীমান্তৱর্তী গাঁৱৰ পৰা গৈ বিশ্বৰ সর্বোচ্চ শিক্ষানুষ্ঠানত স্থান লাভ কৰা মিঠুন ৰাজকুমাৰৰ যাত্রাই প্রমাণ কৰি দিছে যে প্রতিভা আৰু ইচ্ছাশক্তি থাকিলে কোনো বাধাই হেঙাৰ হ’ব নোৱাৰে৷ অলপতে…

মৰাণৰ চেপন চকলীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন নিহত

মৰাণৰ চেপন চকলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজন নিহত হয়। চেপন চকলীয়াৰ বৰলুইত ধাবাৰ সন্মুখত ঘাইপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকৰ পিছফালে খুন্দা মাৰে শিৱসাগৰ দিশৰ পৰা আহি থকা এখন ৰং কঢ়িয়াই অনা বলেৰ' পিকআপ বাহনে। ফলত বাহনখনৰ চালক আৰু লগত…

সোণাৰিত পূৰ্বপুৰুষক স্মৰণ কৰি মে-ডাম-মে-ফীৰ আয়োজন

আজি পৱিত্ৰ মে-ডাম-মে-ফী। আহোম সমাজৰ পূৰ্বপুৰুষক স্মৰণ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ সোণাৰিতো অনুষ্ঠিত হৈছে মে-ডাম-মে-ফী। চৰাইদেউত সোণাৰি টাই আহোম সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ৰাজহুৱাভাৱে মে-ডাম-মে-ফী পালন কৰা…