শনিবাৰে পুৱাই শ্ৰীভূমিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন নিহত, আহত ১৬
শ্ৰীভূমি জিলাৰ শ্ৰীগৌৰী বজাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৬জন যাত্ৰী আহত হৈছে। শনিবাৰে পুৱা প্ৰায় ৫.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। হোজাইৰ ৰাজা বজাৰ গাঁৱৰ পৰা শ্ৰীভূমিৰ বজাৰঘাটলৈ যোৱাৰ বাবে চাংৰাং…