নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ তাৰকা খেলুৱৈ, অষ্ট্রেলিয়ান শিবিৰত মোক্ষম আঘাত

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : আসন্ন টি–২০ বিশ্বকাপৰ পূর্বে অষ্ট্রেলিয়া ক্ৰিকেট দলটো এক বৃহৎ বিপর্যয়ৰ সন্মুখীন হৈছে৷ দলটোৰ তাৰকা পেচ বলাৰ পেট কামিনছে আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত অংশগ্রহণ কৰিব নোৱাৰিব৷ ২০২৫–২৬ বর্ষৰ এছেছৰ সময়ত সন্মুখীন হোৱা…

ব্যতিক্ৰমী ৰূপত শিৱসাগৰত মুখ্যমন্ত্ৰীৰ ওপজা দিন পালন যুৱ সমাজকৰ্মীৰ

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৭ সংখ্যক ওপজা দিন গুণমুগ্ধসকলে পালন কৰিছে। ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰৰ যুৱ সমাজকৰ্মী লাচিত গগৈয়েও জয়সাগৰস্থ বাসভৱনত এই উপলক্ষে ১৩১জন জ্যেষ্ঠ ব্যক্তি তথা ভকত-বৈষ্ণৱক গামোচা,…

‘চিকেন নেক’ কাৰো পৈতৃক সম্পত্তি নহয়, বাংলাদেশক সকীয়নি গৃহমন্ত্রী অমিত শ্বাহৰ

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা উত্তপ্ত হৈ আছে পদ্মা নদীৰ পাৰ৷ সময়ে সময়ে ভাৰতবিৰোধী মন্তব্যৰে বাংলাদেশৰ ৰাজনীতিও গৰম হৈ থকা পৰিলক্ষিত হৈছে৷ শেহতীয়াভাৱে দেশখনৰ অধিকাংশ নেতাৰ মুখতে শিলিগুৰি কৰিড’ৰ বা…

বাজেটৰ খবৰ : সস্তা হ’ল জোতা-কাপোৰ-চামৰাৰ সামগ্ৰী, বৃদ্ধি পালে সুৰাৰ দাম

ডিজিটেল ডেস্ক, ১ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বাজেট দাখিল কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে দাখিল কৰিছে এই বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৬-২৭ চনৰ বাজেটত অৰ্থনৈতিক…

গুৱাহাটীত দয়-কাও-ৰং আৰু জে এছ পাব্লিকেচনছৰ উদ্যোগত প্রীতি সন্মিলন

গুৱাহাটী, ১ ফেব্ৰুৱাৰী : দয়-কাও-ৰং একাডেমী আৰু জে এছ পাব্লিকেচনছৰ যৌথ উদ্যোগত ১ ফেব্ৰুৱাৰিত গুৱাহাটীৰ জ্যোতি নগৰত অৱস্থিত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ কাৰ্যালয়ত দিনৰ ১২ বজাৰ পৰা বিয়লি ২ বজালৈ এক প্ৰীতি সন্মিলন অনুষ্ঠিত হয়। এই প্রীতি…

চিয়াং-লালী নদীৰ পাৰত আজিৰে পৰা পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ ২০২৬ 

জোনাইত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু বৃহত্তৰ জ’নাইবাসী ৰাইজৰ সহযোগত আজিৰে পৰা চাৰিদিনীয়াকৈ চিয়াং-লালী নদীৰ পাৰৰ বেৰাঘাটত অনুষ্ঠিত হৈছে তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ৷ তৃতীয় সংখ্যক পবা মহোৎসৱত আজি প্ৰথম কাৰ্যসূচী হিচাপে…

বাজেটৰ ভাল খবৰ : দাম কমিব কৰ্কট আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ

ডিজিটেল ডেস্ক, ১ ফেব্ৰুৱাৰী : আজি সদনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰি আছে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে দাখিল কৰিছে এই বাজেট। এই সময়ত…

ৰজাবাহৰত দুদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ অধিৱেশন

ডিজিটেল ডেস্ক, ১ ফেব্ৰুৱাৰী : আজি হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে তিতাবৰৰ ৰজাবাহৰ। চৌপাশত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ। ৰজাবাহৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ বাৰ্ষিক অধিৱেশন। সংঘৰ বৰহোলা…

অষ্ট্রেলিয়ান অ’পেনৰ ‘নতুন ৰাণী’ ৰাইবাকিনা, খিতাপ যুঁজৰ মেচত পৰাস্ত ডিফেণ্ডিং চেম্পিয়ন ছাবালেংকা

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : অষ্ট্রেলিয়ান অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ চেম্পিয়নৰ তালিকাত সংযোজন হ’ল আন এক নতুন নাম৷ সন্মানীয় গ্রেণ্ডশ্লামখনৰ নতুন ৰাণী হ’ল কাজাখস্তানৰ এলেনা ৰাইবাকিনা৷ চলিত বছৰটোৰ প্রথমটো গ্রেণ্ডশ্লাম অষ্ট্রেলিয়ান অ’পেনৰ মহিলা…

অন্তিম টি-২০ত ৪৬ ৰানত পৰাস্ত নিউজিলেণ্ড, ভাৰতৰ জয়

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : ঘৰুৱা দল টীম ইণ্ডিয়াই নিউজিলেণ্ডৰে খেলা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটো ৪–১ত হস্তগত কৰিছে৷ শৃংখলাৰ কালি অনুষ্ঠিত পঞ্চম তথা অন্তিমখন মেচত ভাৰতে ৪৬ ৰানত নিউজিলেণ্ডক পৰাস্ত কৰে৷ মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া…