নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ঢকুৱাখনাত মৰুময় যেন হৈ পৰিছে বৰলুইতৰ বুকু…

শুকাইছে চিৰপ্ৰবাহিত ব্ৰহ্মপুত্ৰৰ বক্ষ। ৰুক্ষ বক্ষৰে মৰুভূমি হৈ পৰিছে অসমীয়া জাতিৰ আয়ুসৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ৷ শদিয়াৰ পৰা ধুবুৰীলৈ একেই হাৰত কমিছে লুইতৰ জলস্তৰ। ক্ৰমাৎ যেন মৰুভূমিৰ ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই। লাখ লাখ নৈপৰীয়াৰ…

বুঢ়ীদিহিং নৈৰ বুকুৰ পৰা উদ্ধাৰ হোৱা জোতাক লৈ চাঞ্চল্য…

আপুনি কিমান ডাঙৰ জোতা দেখিছে, নিশ্চয় ৫, ৬, ৭ অথবা ১০ নম্বৰ জোতা দেখিছে। ডেৰ ফুট দীঘল এপাট জোতাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। হয়, নাহৰকটীয়াত উদ্ধাৰ হোৱা এপাট অসাধাৰণ জোতাই এতিয়া ব্যাপক কৌতূহলৰ লগতে ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। নাহৰকটীয়াৰ…

চৰাইচোঙৰ গ্ল’বেল এম্বেছাদৰৰ দায়িত্ব গ্ৰহণ অৰণ্য মানৱ যাদৱ পায়েঙৰ

নিয়মীয়া বাৰ্তা, বনগাঁও, ১৬ ডিচেম্বৰ : এছিয়াৰ প্ৰথমখন সংৰক্ষিত বিচৰণ ক্ষেত্ৰ চৰাইচোঙক বিশ্বসভালৈ আগুৱাই নিয়াৰ বাবে গ্ল'বেল এম্বেছাদৰ ৰূপে দায়িত্ব গ্ৰহণ কৰিলে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে। 'মাজুলীৰ সাহিত্য'ৰ সভাপতি কমল দত্ত‌‌‌ আৰু…

দিল্লী–আগ্ৰা এক্সপ্ৰেছৱে’ত দুৰ্ঘটনা, ৪জন জীৱন্তে ভস্মীভূত

মঙলবাৰে পুৱা দিল্লী–আগ্ৰা এক্সপ্ৰেছৱেত ঘন কুঁৱলীৰ বাবে সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই মথুৰাত চাৰিজনৰ প্ৰাণ কাঢ়ি লয় আৰু অন্ততঃ ২৫জন লোক আহত হয়। দৃশ্যমানতা হঠাতে বহুত কমি যোৱাৰ ফলত চালকসকলে আগফালে পথ স্পষ্টকৈ দেখা পোৱা নাছিল। ফলস্বৰূপে, সাতখন বাছ…

৩ মহাদেশৰ ৩ ৰাষ্ট্রলৈ ভ্রমণসূচী আৰম্ভ মোদীৰ

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে তিনিখন দেশৰ ভ্রমণসূচী৷ সোমবাৰে পুৱাৰ ভাগত তেওঁ এই তিনি দেশৰ ভ্রমণসূচীৰে দিল্লীৰ পৰা উৰা মাৰে৷ তেওঁৰ প্রথম গন্তব্য স্থান জর্ডান৷ তেওঁ ৰজা দ্বিতীয় আব্দুল্লাহ ইবন এ…

আলোপতিত গোপন বুজাবুজিৰে নিশাই আৰক্ষীয়ে মোকলাই দিলে জব্দকৃত শালকাঠ ,প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৬ ডিচেম্বৰ : বৰপেটাৰ আলোপতি চৰ আৰক্ষীৰ নাভূত-নাশ্ৰুত কাণ্ড। গোপন বুজাবুজিৰে মুকলি কৰি দিয়ে জব্দকৃত বুজন পৰিমাণৰ চোৰাং শাল কাঠ। উল্লেখ্য যে যোৱানিশা আলোপতি চৰ আৰক্ষীয়ে নগৰবেৰা আলোপতি পাৰঘাটৰ সমীপত দুখনকৈ…

এছ–৪০০ক লৈ ব্রিটিছ সংস্থাৰ সতর্কবাণী, ভাৰতৰ ‘সুদর্শন চক্র’ত চীনৰ শেনচকু

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক বিধ্বস্ত কৰি সমগ্র বিশ্বৰ সুনাম অর্জন কৰিছিল ভাৰতৰ সুদর্শন চক্র বা এছ–৪০০য়ে৷ কিন্তু এই প্রতিৰক্ষা ব্যৱস্থাক লৈ এইবাৰ সতর্কবাণী দিছে ৰয়েল ইউনাইটেড ছার্ভিচ ইনষ্টিটিউট অৱ ডিফেন্স…

মিছামাৰীৰ প্ৰবীণ সমাজ সংগঠক, ক্ৰীড়াবিদ, সাংস্কৃতিক কৰ্মী ৰুদ্ৰ দাংগিয়াৰীৰ দেহাৱসান

শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ ঢেকীপেলোৱা কছাৰী গাঁৱৰ নিৱাসী, মিছামাৰী পঞ্চায়তৰ প্ৰাক্তন কাউঞ্চিলৰ, পি টি চি এ তেজপুৰ জিলা কমিটিৰ তদানীন্তন সাধাৰণ সম্পাদক, নিখিল বড়ো সাহিত্য সভাৰ মিছামাৰী অঞ্চলত কমিটি গঠনত বিশেষ গুৰুত্ব প্ৰদান কৰা…

ছিডনীৰ ইহুদী গণহত্যাকাৰী পিতৃ–পুত্রৰ পাকিস্তান সংযোগ

🔹 দুই সন্ত্রাসবাদীৰ গাড়ীত উদ্ধাৰ ইছলামিক ষ্টেট (আইএছ)ৰ পতাকা নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : সন্ত্রাসবাদীৰ আক্রমণত দেওবাৰে ৰক্তাক্ত হৈ পৰে পর্যটকৰ আকর্ষণস্থলী ছিডনী৷ এই ঘটনাৰ তদন্তত সন্মুখলৈ আহিছে সন্ত্রাসবাদৰ অভিকেন্দ্র পাকিস্তানৰ সংযোগ৷ ইহুদীৰ…

৭ মাহ পিছত পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ চার্জশ্বীট দাখিল ‘নিয়া’ৰ

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়াৱহ আক্রমণৰ ঘটনাৰ সাত মাহ পিছত ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা নিয়াই দাখিল কৰিলে চার্জশ্বীট৷ সংস্থাটোৱে জম্মুৰ বিশেষ নিয়া আদালতত দাখিল কৰে ১,৫৯৭ পৃষ্ঠাজোৰা এখন চার্জশ্বীট৷ এই…