নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বৃদ্ধৰ কামনাৰ বলি কিশোৰী, অভিযুক্তৰ বাসগৃহত অগ্নিসংযোগ জনতাৰ

বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত বাটগাঁৱৰ নয়াপাৰাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। হিন্দু সম্প্ৰদায়ৰ ১৩ বছৰীয়া এগৰাকী কিশোৰীক ৬০ বছৰীয়া এগৰাকী বৃদ্ধই বলপূৰ্বকভাবে ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ভুক্তভোগী…

বিলাসীপাৰাত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সম্পন্ন

ৰাজ্যজুৰি চলি আছে উচ্ছেদ অভিযান। বেদখলী ভূমি মুকলি কৰাৰ বাবে চৰকাৰে সমগ্ৰ অসমতে চলাই আছে উচ্ছেদ অভিযান। যোৱা কেইবামাহো ধৰি চলি আছে এই অভিযান। চৰকাৰৰ শক্তিশালী স্থিতিয়ে খিলঞ্জীয়াৰ ভূমিত অচিনাকি মানুহে দখল কৰি ভোগ কৰা ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম…

অসমত প্রথমবাৰলৈ প্রদর্শিত হ’ব ফিফা বিশ্বকাপৰ ট্রফী

ডিজিটেল ডেস্ক, ৮ জানুৱাৰী : অসমৰ ক্রীড়াৰ ইতিহাসত আন এটা স্বর্ণিল অধ্যায়ৰ সূচনা কৰি ১৩ জানুৱাৰীত প্রদর্শন হ’ব ফিফা বিশ্বকাপৰ সোণালী ট্রফী৷ বর্ষাপাৰাৰ ক্রিকেট ষ্টেডিয়ামত ১৩ জানুৱাৰীত প্রদর্শন হ’ব সপোনৰ ট্রফীটো৷ এই কথা ঘোষণা কৰিছে ক্রীড়া আৰু…

ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল কণ্টেইনাৰ, আহত চালক-হেণ্ডিমেন

কালি নিশা চাপৰৰ খেৰডুবিত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা। চাপৰৰ খেৰডুবিস্হিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন ২২ চকীয়া মালবাহী কন্টেনাৰ। কাৰ্বন (পুৰা কয়লাভৰ্তি) কন্টেনাৰখন বৰ্নিহাটৰ পৰা জয়গাঁও অভিমুখে গৈ থকা অৱস্থাত…

বিশ্বযুদ্ধৰ আশংকা

বহুমাহ ধৰি চলি থকা সংঘাত–উত্তেজনা পর্যবসিত হ’ল আক্রমণলৈ৷ অলপতে আমেৰিকাই ভেনিজুৱেলাত ভয়ংকৰ আক্রমণ চলায়৷ পুৱতিনিশা আমেৰিকাই এয়াৰ ষ্ট্রাইকেৰে ভেনিজুৱেলাৰ ওপৰত আক্রমণ চলায়৷ দেশখনৰ কাৰাকাছকে ধৰি বহুকেহটা স্থানত আকাশমার্গেৰে বোমা নিক্ষেপ কৰে৷ সেই…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ জানুৱাৰী, পুহ মাহৰ ২৩ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : মধ্যম মেষ : কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোঁতে সতর্ক হোৱা উচিত৷ ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং…

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য আলোক ৰত্ন নলিনী বৰুৱাৰ নশ্বৰ দেহ 

জীৱনৰ অন্তিম মুহূৰ্তলৈ এখন শ্ৰেষ্ঠ ছবি কেমেৰাত আৱদ্ধ কৰিবলৈ অৰঙে দৰঙে ঘুৰি ফুৰা প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ আজি ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হয়। কালি নিশা ৯৬ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা নলিনী বৰুৱাৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই…

নতুন বিলাতী সুৰাৰ বিপণী স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ধুবুৰীৰ খলিলপুৰ অঞ্চলত নতুনকৈ খোলা এখন বিলাতী সুৰাৰ বিপণীক কেন্দ্র কৰি অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি, যোৱাকালি অঞ্চলটোৰ ক্ষুব্ধ একাংশ পুৰুষ-মহিলাই সেই সুৰাৰ বিপণীখনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ…

মাৰ্ঘেৰিটাত আন্তঃবিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি

মাৰ্ঘেৰিটা অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান মতিলাল পেৰিৱাল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সফল সামৰণি পৰে। বিদ্যালয়খনৰ ক্ৰীড়া সমাৰোহৰ সমান্তৰালভাৱে আয়োজন কৰা হয় আন্তঃবিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা। মাৰ্ঘেৰিটা সমজিলাৰ…

কমতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস পালন

২০১৮ চনৰ ৬ জানুৱাৰীত প্ৰতিষ্ঠা লাভ কৰে কামতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজ। ছালাকাটি এন টি পি চিৰ অপ্ৰয়োজনীয় কয়লাৰ গুৰি-পানী পেলনীয়া ঠাই হিচাপে আটক ধুনীয়াকৈ নিৰ্মিত কোকৰাঝাৰ জিলাৰ ঢোলমাৰা অঞ্চলৰ চকচকা বিলৰ কাষত জম্ম লাভ কৰে শিল্পী সমাজটি।…