নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

৭ মাহ পিছত পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ চার্জশ্বীট দাখিল ‘নিয়া’ৰ

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়াৱহ আক্রমণৰ ঘটনাৰ সাত মাহ পিছত ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা নিয়াই দাখিল কৰিলে চার্জশ্বীট৷ সংস্থাটোৱে জম্মুৰ বিশেষ নিয়া আদালতত দাখিল কৰে ১,৫৯৭ পৃষ্ঠাজোৰা এখন চার্জশ্বীট৷ এই…

২০২৬ৰ নিৰ্বাচনক লৈ কোকৰাঝাৰত বিটিচিপ্রধান হাগ্রামাৰ ডাঙৰ ঘোষণা

আগন্তুক অসম বিধানসভা নির্বাচনত বিপিএফ দলে এনডিএৰ হৈ নির্বাচন খেলিব৷ তদুপৰি ৰাজ্যৰ ১২৬খন আসনৰ ভিতৰত ১০০খন আসন দখল কৰি পুনৰ এনডিএই চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে৷ কোকৰাঝাৰৰ বাওখুংগ্রী সমষ্টিৰ গেন্দ্রাবিল আৰু…

আবুধাবিত আজি আইপিএলৰ মিনি নিলাম

আবুধাবিত আজি অনুষ্ঠিত হ’ব আইপিএল ২০২৬ৰ মেগা নিলাম৷ ৩৫০জনতকৈ অধিক খেলুৱৈ এই নিলামত থাকিব৷ যাৰ পৰা প্রায় ৭৭গৰাকী খেলুৱৈক ফ্রেঞ্চাইজীবোৰে ক্রয় কৰিব৷ যাৰ দ্বাৰা ১০টা ফ্রেঞ্চাহজীয়ে নিজৰ নিজৰ দল সম্পূর্ণ কৰিব৷ এই নিলামৰ পূর্বে এনেকুৱা এটা ঘটনা…

জুবিন হত্যাৰ আজি প্রথম শুনানি, ভার্চুৱেলী হাজিৰ কৰা হ’ব ৭ অভিযুক্তক

ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ ন্যায় প্রাপ্তিৰ ক্ষেত্রত আৰু এখোজ আগবাঢ়িছে এছআইটি৷ কিয়নো হত্যাকাণ্ডৰ গোচৰৰ প্রথমটো শুনানি আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া…

সুকন্যা : ‘ৰৈ ৰৈ বিনালে’ৰ নায়িকা মৌচুমী আলিফাৰে সাক্ষাৎকাৰ

সাক্ষাৎ গ্রহণঃ কুমুদ তালুকদাৰ ফোনঃ ৮৬৩৮৪–১৪৯৫৪ আপুনি সৰুৰে পৰা গীত–নৃত্য আৰু অভিনয়ৰ প্রতি গভীৰভাৱে অনুৰাগী আছিল৷ সংগীত ক্ষেত্রখনৰ প্রতি আপোনাৰ কিদৰে আগ্রহ বৃদ্ধি পালে? মই তিনি বছৰ বয়সৰ পৰা নৃত্য কৰিছিলোঁ৷ মোৰ নৃত্যৰ প্রতি আগ্রহ দেখি…

নিয়োগ বাৰ্তা : চেন্ট্ৰেল ছিল্ক ব’ৰ্ডত চাকৰিৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ২২ জানুৱাৰী ভাৰত চৰকাৰৰ টেক্সটাইল মন্ত্রালয়ৰ অধীনস্থ প্রতিষ্ঠান চেন্ট্ৰেল ছিল্ক ব’ৰ্ডত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

জুবিন হত্যাৰ অভিযোগনামা

প্রাণৰ শিল্পী জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযোগনামা ১২ ডিচেম্বৰত আদালতত দাখিল কৰা হৈছে৷ অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (এছআইটি)–এ ৮৫ দিনে চলোৱা তালাচী, জেৰা আৰু অনুসন্ধানৰ অন্তত কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰে…

১৬ ডিচেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ ডিচেম্বৰ, আঘোণ মাহৰ ২৯ তাৰিখ, মঙলবাৰ মেষ : পুৱা দহ বজালৈ কিছু সাৱধানে থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ আর্থিকত মজলীয়া৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷ বৃষ : কর্মাদিত মজলীয়া কোনো দায়িত্ব…

মুকলিৰ পথত গুৱাহাটী বিমানবন্দৰৰ নতুন টার্মিনেল

লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত শীঘ্রে উদ্বোধন হ’ব নৱনির্মিত টার্মিনেল– টি–২৷ এই নৱনির্মিত টার্মিনেল –টি–২ উদ্বোধনৰ লগে লগে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ আঠখন ৰাজ্যৰ কেৱল আন্তঃগাঁথনিৰ ক্ষেত্রতেই নহয়, যোগাযোগ ব্যৱস্থা,…

দেশৰ যুৱচামৰ মাজত বাঢ়িছে হৃদৰোগত মৃত্যুৰ হাৰ, কাৰণ জানিলে হ’ব আচৰিত?

ক’ভিড মহামাৰীৰ পিছৰে পৰা দেশৰ তৰুণ প্রজন্মৰ মাজত বৃদ্ধি পাইছে হূদৰোগত মৃত্যুৰ হাৰ৷ অনেকেই ইয়াৰ কাৰণ হিচাপে ধাৰণা কৰিছে হুৰমুৰকৈ তৈয়াৰ কৰি প্রয়োগ কৰা ক’ভিডৰ টিকা প্রদান৷ ইয়াকে লৈ দিল্লীৰ এইমছত চলিছে গৱেষণা৷ দিল্লীৰ এইমছৰ চিকিৎসক তথা গৱেষক…