হাউলীৰ মৰা মানাহ নদীত অবাধ বেদখল, পৰ্যটনৰ বিকাশৰ সম্ভাৱনাক নস্যাৎ
নিয়মীয়া বাৰ্তা, হাউলী, ৯ নৱেম্বৰ : হাউলী পৌৰসভাৰ এলেকাৰ মাজেৰে বৈ যোৱা ইতিহাসসমৃদ্ধ মৰা মানাহ নদীত হোৱা অবাধ বেদখলৰ ফলত বৃহত্তৰ হাউলী অঞ্চলৰ এক সমৃদ্ধশালী ইতিহাস পাহৰণিৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে। এই বৃহত্তৰ অঞ্চলটোৰ বাৰিষাৰ পানী ওলাই…